• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ৰ প্ৰথম চন্দ্ৰগ্ৰহণ ১৪ মাৰ্চত, ৩ৰাশিৰ ভাগ্য খুলিব এই গ্ৰহণে, জানি থওক গ্ৰহণৰ সময়কাল

২০২৫ৰ প্ৰথম চন্দ্ৰগ্ৰহণ ১৪ মাৰ্চত, ৩ৰাশিৰ ভাগ্য খুলিব এই গ্ৰহণে, জানি থওক গ্ৰহণৰ সময়কাল

2 years ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

28 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

2 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

3 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

3 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

4 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

4 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

5 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

5 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

7 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ৰ প্ৰথম চন্দ্ৰগ্ৰহণ ১৪ মাৰ্চত, ৩ৰাশিৰ ভাগ্য খুলিব এই গ্ৰহণে, জানি থওক গ্ৰহণৰ সময়কাল

২০২৫ৰ প্ৰথম চন্দ্ৰগ্ৰহণ ১৪ মাৰ্চত, ৩ৰাশিৰ ভাগ্য খুলিব এই গ্ৰহণে, জানি থওক গ্ৰহণৰ সময়কাল

editor by editor
March 13, 2025
in জীৱনশৈলী
0
২০২৫ৰ প্ৰথম চন্দ্ৰগ্ৰহণ ১৪ মাৰ্চত, ৩ৰাশিৰ ভাগ্য খুলিব এই গ্ৰহণে, জানি থওক গ্ৰহণৰ সময়কাল
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলিৰ দিনাই ২০২৫ চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ৷ জ্যোতিষশাস্ত্ৰমতে গ্ৰহণক শুভ বুলি ধাৰণা কৰা হয়৷ হোলিৰ দিনাই চন্দ্ৰগ্ৰহণ পৰাক লৈ বহুতৰে মনত প্ৰশ্ন আছে৷ দৌল পূৰ্ণিমাৰ তিথি ইতিমধ্যেই আৰম্ভ হৈছে৷ জ্যোতিষমতে এই চন্দ্ৰগ্ৰহণে বহুতকে শুভ ফল দিব৷ কোন কোন ৰাশি এই চন্দ্ৰগ্ৰহণৰ পৰা লাভৱান হব?

১৪ মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ সময়কাল

ভাৰতীয় সময় অনুসৰি ১৪ মাৰ্চ গ্ৰহণৰ উপছায়া স্পৰ্শ হ’ব পুৱা ৯ বাজি ২৬ মিনিটত৷ গ্ৰহণৰ স্পৰ্শ বা আৰম্ভ কাল পুৱা ১০ বাজি ৩৯ মিনিট৷ পূৰ্ণগ্ৰাস গ্ৰহণৰ সমাপ্তি দুপৰীয়া ২ বাজি ১৮ মিনিট৷ উপছায়া মোক্ষ ত্যাগ দুপৰীয়া ৩ বাজি ৩২ মিনিট৷ পঞ্জিকামতে গ্ৰহণৰ স্থিতি ৩ঘণ্টা ৩৯ মিনিট৷

চন্দ্ৰগ্ৰহণৰ ফলত কাৰ কাৰ ভাগ্য খুলিব?

চন্দ্ৰগ্ৰহণৰ ফলত শুক্ৰাদিত্য আৰু মালব্য যোগ তৈয়াৰ হব৷ এই দুই ৰাজযোগ শুভ প্ৰমাণিত হব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ ভাগ্যবান ৰাশিৰ তালিকাত আছে-

তুলা ৰাশি

আপোনাৰ ৰাশিত চন্দ্ৰগ্ৰহণ ১১ তম ভাৱে তৈয়াৰ হৈছে৷ ইয়াৰফলত বন্ধুৰ পৰা কোনো ভাল খবৰ পাব পাৰে আপুনি৷ আপোনাৰ আয়ো এই সময়ত ভালেই থাকিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ এই সময়ত বিনিয়োগৰ সৈতে লাভো আহিব৷ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ লাভ হব৷ বিদেশলৈ যোৱাৰো সুযোগ পাব৷ ব্যৱসায়ত লাভ হব৷

বৃশ্চিক ৰাশি

আপোনাৰ ৰাশিত দশমভাৱে এই যোগ হব৷ ব্যৱসায়ৰ সৈতে জড়িতসকলে কোনো ডাঙৰ লাভ পাব পাৰে৷ বিবাহিতসকলৰ দাম্পত্য জীৱন পূৰ্বতলৈ ভাল হব৷ জীৱনলৈ সুখ শান্তি আহিব৷ পৰিয়ালৰ সকলোৰে সৈতে সম্পৰ্ক ভালে থাকিব৷ কৰ্মক্ষেত্ৰত সাফল্য পাব৷ সম্পৰ্কসমূহ পূৰ্বতকৈ ভাল হব৷ সঞ্চয় বাঢ়িব৷ বহু পুৰণি ইচ্ছা পূৰণ হব৷

ধনু ৰাশি

চন্দ্ৰগ্ৰহণে আপোনাৰ গোচৰ কুণ্ডলীত নৱমভাৱে আছে৷ এই সময়ত আপোনাৰ ভাগ্য়োদয় হব৷ দেশ বিদেশত ঘোৰাৰ সুযোগ পাব৷ কৰ্মক্ষেত্ৰত সাফল্য আহিব৷ পঢ়ুৱৈসকলে ডাঙৰ সাফল্য পাব পাৰে৷ চাকৰিয়ালৰ কৰ্মস্থলত বিশাল লাভ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
Next Post
মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.