• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

53 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

3 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

5 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

editor by editor
March 13, 2025
in Uncategorized
0
মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৰ ঘৰ লাখপতি স্কিম আৰম্ভ কৰিছে SBIয়ে৷ এয়া মূলত ৰেকাৰিং ডিপোজিট স্কিম৷ সাধাৰণ গ্ৰাহকে ৫৯৩ টকা আৰু প্ৰবীণ নাগৰিকে ৫৭৬ টকা দি বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ ম্যাদৰ শেষত হাতলৈ আহিব ১ লাখ টকা৷ যিসকলে নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণৰ গেৰাণ্টি বিচাৰে তেওঁলোকৰ বাবে এই স্কিম আদৰ্শ৷

SBIৰ এই স্কিমৰ ম্যাদ ৩ বছৰৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত৷ গ্ৰাহকে তেওঁলোকৰ আৰ্থিক লক্ষ্য অনুসৰি ম্যাদ বাচি লব পাৰে৷ সেই অনুসৰি মাহিলী কিস্তি জমা দিব লাগে৷ যিসকলে ১০ বছৰৰ ম্যাদত বিনিয়োগ কৰিব খোজে তেওঁলোকে ৫৯৩ টকাকৈ বিনিয়োগ আৰম্ভ কৰিব পাৰে৷

যিকোনো ভাৰতীয় নাগৰিকে হৰ ঘৰ লাখপতি স্কিমত বিনিয়োগ কৰিব পাৰে৷ চিংগল একাউণ্টৰ ওপৰিও জয়েণ্ট একাউণ্ট খুলিব পাৰে৷ ১০ বছৰ বা তাতকৈ বেছি বয়সীয়া নাবালকে নিজেও বা অভিভাৱকৰ সৈতে যুঁটিয়াভাৱে এই একাউণ্ট খুলিব পাৰে৷ হৰ ঘৰ লাখপতি স্কিমত ১ লাখ টকা ৰিটাৰ্ণ পাবলৈ প্ৰতিমাহে কিমান বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ৷

৩ বছৰীয়া RD

সাধাৰণ নাগৰিকে বিনিয়োগ কৰিব লাগিব ২৫০২ টকা

ছিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ২৪৮২ টকা

৪ বছৰৰ ম্যাদৰ RD

সাধাৰণ নাগৰিকে মাহিলী বিনিয়োগ কৰিব লাগিব ১৮১২ টকা
চিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ১৭৯৩ টকা

৫ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিকে বিনিয়োগ কৰিব লাগিব ১৪০৯ টকা

চিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ১৩৯১ টকা

৬ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিকে বিনিয়োগ কৰিব লাগিব ১১৩৫ টকা
চিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ১১১৭ টকা
৭ বছৰৰ ম্যাদত RD
সাধাৰণ নাগৰিক ৯৪০ টকা
চিনিয়ৰ চিটিজেন ৯২৩ টকা

৮ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিক ৭৯৫ টকা
চিনিয়ৰ চিটিজেন ৭৭৮ টকা

৯ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিক ৬৮২ টকা
চিনিয়ৰ চিটিজেন ৬৬৫ টকা

১০ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিক ৫৯৩ টকা

চিনিয়ৰ চিটিজেন ৫৭৬ টকা

হৰ ঘৰ লাখপতি স্কিমত ৩ আৰু ৪ বছৰৰ ম্যাদত সাধাৰণ গ্ৰাহকে ৬.৭৫ শতাংশ হাৰত সুদ দিয়ে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ ৭.২৫শতাংশ৷ আৰু ৫ৰ পৰা ১০ বছৰৰ ম্যাদত সাধাৰণ গ্ৰাহকক ৬.৫০ শতাংশ আৰু প্ৰবীণ নাগৰিকক ৭.০০ শতাংশ হাৰত সুদ দিয়া হৈছে৷

এই একাউণ্ট খোলাৰ পূৰ্বে এই কথা জানি থোৱা জৰুৰী যে ৬মাহ কিস্তিৰ টকা জমা নিদিলে একাউণ্ট বন্ধ হৈ যাব পাৰে৷ টকা আকৌ গ্ৰাহকৰ ছেভিংছ একাইণ্টলৈ উভতাই দিয়া হয়৷ নিয়মিত কিস্তিৰ টকা জমা দিলেহে ম্যাদৰ শেষত হাতত ১ লাখ ধন পাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.