• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

2 months ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

10 minutes ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

60 minutes ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

2 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

3 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

3 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

4 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

5 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

5 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

17 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

18 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

editor by editor
February 3, 2026
in জীৱনশৈলী
0
৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰ আৰু সূৰ্যগ্ৰহণ সময়ে সময়ে ঘটে, ইয়াৰ প্ৰভাৱ মানৱজীৱনৰ ওপৰত দৃশ্যমান৷ বছৰৰ প্ৰথমে পূৰ্ণ চন্দ্ৰগ্ৰহণ ফাগুনৰ পূৰ্ণিমাৰ হোলিকা দহনৰ দিনাই ঘটিব৷ এই গ্ৰহণ ৩মাৰ্চ, ২০২৬ৰ দুপৰীয়া ২ বাজি ১৭ মিনিটত আৰম্ভ হব৷ সন্ধিয়া ৭ বাজি ৫৩ মিনিটত শেষ হ’ব৷ এই চন্দ্ৰগ্ৰহণ কুম্ভ ৰাশিত ঘটিব৷ এই চন্দ্ৰগ্ৰহণৰ কাৰণে কিছু ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব পাৰে৷ ইয়াৰোপৰি কৰ্মজীৱন আৰু ব্যৱসায়ত অগ্ৰগতি হব পাৰে৷ মন সুখী থাকিব৷ জানক ভাগ্যবান ৰাশি কি কি?

ধনু ৰাশি

চন্দ্ৰগ্ৰহণ উপকাৰী প্ৰমাণিত হব পাৰে৷ এই সময়ত যানবাহন বা সম্পত্তি অৰ্জন কৰিব পাৰে৷ আপোনাৰ দৈনিক আয়ো বৃদ্ধি পাব৷ বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব৷ এই সময়ত আৰ্থিক লাভৰ নতুন পথ খুলিব৷ আপোনাৰ সাহস আৰু বীৰত্বও বৃদ্ধি পাব৷ আপোনাৰ পৰিয়ালত সুখ-শান্তি আৰু ইতিবাচক পৰিবেশ থাকিব৷ এই সময়ত আপুনি এক বৃহৎ লক্ষ্য অৰ্জনত সাফল্য পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে চন্দ্ৰগ্ৰহণ শুভ হব পাৰে৷ এই সময়ত চাকৰিয়ালে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ এই সময়ত আপুনি দেশ বা বিদেশ ভ্ৰমণ কৰিব পাৰে৷ আপুনি বিলাসী সামগ্ৰী ক্ৰয় কৰিবও পাৰে৷ নতুন আয়ৰ উৎস খুলিব৷ এই সময়ত আপুনি সন্মান আৰু প্ৰতিপত্তি অৰ্জন কৰিব৷

সিংহ ৰাশি

চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ পৰিব সিংহ ৰাশিত৷ শিক্ষাৰ্থীয়ে এই সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷ ৰাজনীতি, প্ৰশাসন বা চৰকাৰী চাকৰিৰ সৈতে জড়িতসকলে এই সময়ত বিশেষ উপকাৰ পাব৷ এই সময়ত বেকাৰ ব্যক্তিয়ে চাকৰি পাব পাৰে৷ ব্যৱসায়ীৰ এই সময়কালত উল্লেখযোগ্য আৰ্থিক লাভ পাব পাৰে৷ নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
Next Post
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.