ডিমা হাছাওৰ CHARGESHEETED CEM দেৱলাল গাৰ্লোছা, গৰজি উঠিল সাংসদ অজিত কুমাৰ ভূঞা। ভূঞাৰ প্ৰশ্ন- কেনেকৈ CHARGESHEETED গাৰ্লোছাক CEMৰ পদত বাহাল ৰখা হৈছে?