• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

3 years ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

8 minutes ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

50 minutes ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

1 hour ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

4 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

4 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

6 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

7 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

editor by editor
September 29, 2023
in ক্ৰীড়া, ভাৰত
0
ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু
0
SHARES
14.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭ বছৰৰ অন্তত ভাৰতৰ মাটিত ভৰি দিছে পাকিস্তানৰ ক্ৰিকেট দলে৷ ভাৰতত উপস্থিত হোৱাৰ পাছতেই এটাৰ পাছত আনটো বিষয়ক লৈ চৰ্চা চলিছে৷ ভাৰতৰ মাটিত ভৰি নিদিয়াৰ প্ৰতিজ্ঞা কৰাৰ পাছতো ভাৰতত উপস্থিত হ’বলগা যন্ত্ৰণাইয়ো চুই গৈছে দলৰ সদস্যক৷ ইয়াৰোপৰি ভৰতত ভৰি দিওঁতে তেওঁলোক জনোৱা অভ্যৰ্থনাৰ কল্পনা তেওঁলোকে কোনোকালেই কৰিব পৰা নাছিল৷ ইমান সাদৰ সম্ভাষণ লাভ কৰিব বুলি ভাৱিবই পৰা নাছিল দলটোৱে৷ ভাৰতত ভৰি দিসয়েই মুগ্ধ হৈ পৰিছে পাকিস্তানৰ খেলুৱৈসকল৷ প্ৰতিজন পাক ক্ৰিকেটাৰেই এতিয়া ভাৰতৰ প্ৰশংসাত পঞ্চমুখ৷ কিন্তু এই আতিথ্যৰ মাজতো কেইটামান বিষয়ক কেন্দ্ৰ কৰি অসন্তুষ্ট দলটো৷

কোন দেশত খেল অনুষ্ঠিত হৈছে সেয়া ডাঙৰ কথা নহয়৷ প্রধান কথা হৈছে দলটোক কেনেকৈ খাদ্য যোগান ধৰা হয়৷ কাৰণ প্ৰতিখন প্লেটতেই ডায়েট মেনু পৃথক পৃথক থাকে৷ পাকিস্তানৰ ক্ৰিকেটাৰৰ ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে ডায়েট মেনু সম্পূৰ্ণ পৃথক৷ ফলত খেলৰ সময়ছোৱাত পাকিস্তানৰ দলটোক ভাৰতত কি কি খাদ্য যোগান ধৰা হ’ব সেই কথাই জানিব বিচাৰিছে এতিয়া প্ৰতিজন লোকেই৷ সূত্ৰৰ খবৰ অনুসৰি বাবৰ আজমৰ দলটোৰ ডায়েটত এইবাৰ পাকিস্তানৰ খেলুৱৈয়ে বিচৰাধৰণৰ সকলো আহাৰ নাথাকিব৷ হায়দৰাবাদত দলটোক স্বাগত জনোৱাৰ পাছতেই খাদ্যগ্ৰহণৰ বাবে বিশেষ ৰাজকীয় হোটেললৈ দলটোক লৈ যোৱা হয়৷ কিন্তু কি আছিল সেই হোটেলৰ খাদ্যৰ মেনুত?

সূত্ৰৰ খবৰ অনুসৰি দলটোক হায়দৰাবাদৰ বিশেষ হোটেলত বিফ যোগান ধৰা নহ’ল৷ ইয়াৰোপৰি পাকিস্তানৰ দলটোৱে ভাৰতত থকালৈকে ডায়েট লিষ্টত এদিনো বিফ নাথাকিব৷ বিশ্বৰ যি দেশৰেই খেলুৱৈ নাহক কিয় কাকোৱেই বিফ দিয়া নহ’ব৷ পাকিস্তানৰ দলটোও ইয়াৰ মাজত ব্যতিক্ৰম নহয়৷ তেওঁলোকক প্ৰটিনৰ বাবে চিকেন, মটন আৰু মাছ দিয়া হ’ব৷ ইয়াৰোপৰি থাকিব ভেড়াৰ মাংস, খাহীৰ মাংস, বাটাৰ চিকেন আৰু গ্ৰীলড ফিছ থাকিব৷ প্লেয়াৰসকলৰ কাৰ্বহাইড্ৰেটৰ কোটা পুৰণৰ বাবে দিয়া হ’ব বাছমতি চাউলৰ ভাত, স্পেগেটি আৰু ভেজ পোলাও৷ জনপ্ৰিয় হায়দৰাবাদী বিৰিয়ানীও আছে তেওঁলোকৰ ডায়েটত৷ ৬ অক্টোবৰত পাকিস্তানৰ নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচখন আছে৷ মূল খেলখনৰ পূৰ্বে পাকিস্তান দলটোৱে দুখনকৈ ৱাৰ্মআপ মেচ খেলিব৷ প্ৰথমে প্ৰতিপক্ষ নিউজিলেণ্ড আৰু তাৰপিছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত নামিব দলটো৷ ৬ অক্টোবৰত পাকিস্তানে নেদাৰলেণ্ডৰ বিৰুদ্ধে মূল মেচখন খেলিব৷ খেলৰ বাবে ভাৰতত উপস্থিত হৈছে বাবৰ আজম, ছাদাৰ খান, ইমাম উল হক, আব্দুল্লা ছাফিক, ছাউদ ছাকিল, ইফতিকাৰ আহমেদ, ছালমান আলি আঘা, মহম্মদ নাৱাজ, উছমা মীৰ, হেৰিছ ৰউফ, হাছান আলি, শ্বাহিন আফ্ৰিদি, মহম্মদ ৱাছিম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
Next Post
এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.