অসম লাইভ২৪ঃ
ধুবুৰীত ২২% নাৰীয়ে বাল্য বিবাহৰ লগতে মাতৃত্বৰ বোজা লৈছে।
কামৰূপত ১৫% নগাওঁত ১৫% বৰপেটাত ১৪% নাৰীয়ে কম বয়সতে মাতৃ হৈছে।
ধুবুৰীত ৫০.৮% বিবাহেই বাল্য বিবাহ।
দৰঙত ৪২%, গোৱালপাৰাত ৪১%, ডিমাহাছাউত ১৫%।
যোৰহাট, শিৱসাগৰতো ১৪% ছোৱালীয়ে বাল্য বিবাহ কৰিছে।
১৪ বছৰৰ তলৰ ছোৱালী বিয়া কৰালে POCSO এক্টৰ অধীনত কাৰাদণ্ড লাভ কৰিব।
POCSO এক্টৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব
আইনৰ ১৫-১৬ ধাৰা অনুসৰি এই বিবাহক নিষিদ্ধ বুলি ধৰা হয়।
১৪-১৮ বছৰৰ ভিতৰত বিবাহ হ’লেও শাস্তি লাভ কৰিব।
প্ৰত্যেক গাওঁ পঞ্চায়তৰ সভাপতিক Child marriage prohibition officer-ৰ দায়িত্ব দিয়া হৈছে।
গাওঁখনত তেনে কোনো বিবাহ হ’লে গাওঁ পঞ্চায়তৰ সভাপতিয়ে এজাহাৰ দাখিল কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ