অসম লাইভ২৪ঃ
বাল্যবিবাহক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ
ৰাজ্যত ধাৰাবাহিকভাৱে চলি আছে বাল্য বিবাহ বিৰোধী অভিযান
এই অভিযান চলি যোৱাৰ কথা প্ৰকাশ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই
ৰাজ্যজুৰি বাল্যবিবাহৰ লগত জড়িত ২৭৬৩ জনক গ্ৰেপ্তাৰ
বঙাইগাঁৱত বাল্য বিবাহৰে জড়িত ১৪০ জন গ্ৰেপ্তাৰ
কোকৰাঝাৰত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ১০৮ জন
হোজাইত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ২১৬ জন
নগাঁৱত ১৮৪ জনৰো অধিক গ্ৰেপ্তাৰ
বৰপেটাত বাল্য বিবাহৰে জড়িত ১৪৬ জন গ্ৰেপ্তাৰ
বিশ্বনাথত ১৪০ জনক গ্ৰেপ্তাৰ
ধুবুৰীত বাল্য বিবাহৰে জড়িত ১৮৩ জনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰা-মানকাচৰত গ্ৰেপ্তাৰ ৪৭ জন
নলবাৰী বাল্য বিবাহৰে জড়িত ৪৭ জনক গ্ৰেপ্তাৰ
ওদালগুৰিত গ্ৰেপ্তাৰ ৮৯ জন
মৰিগাঁৱত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ১২৮ জন
কাছাৰত বাল্য বিবাহ কৰি ৮২ জন গ্ৰেপ্তাৰ
গোৱালপাৰাত বাল্য বিবাহ কৰা ৯০ জনক গ্ৰেপ্তাৰ
কৰিমগঞ্জত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ১০৭ জন
ডিব্ৰুগড়ত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ৬ জন
শদিয়াত ৩৮ জনক গ্ৰেপ্তাৰ
তিনিচুকীয়াত ৩৯ জনক গ্ৰেপ্তাৰ
ধেমাজিত গ্ৰেপ্তাৰ ২৯ জন
শোণিতপুৰত বাল্য বিবাহৰে জড়িত ৩৯ জনক গ্ৰেপ্তাৰ
কাৰ্বি আংলঙত ৫৩ জনৰো অধিক গ্ৰেপ্তাৰ
শিৱসাগৰত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ২৪ জন
চিৰাঙত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ৪৫
বজালীত বাল্য বিবাহৰে জড়িত ৫১ জন গ্ৰেপ্তাৰ
লখিমপুৰত বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ ৩১ জন
চৰাইদেউত বাল্য বিবাহ কৰা ৭ জনক গ্ৰেপ্তাৰ
মাজুলীত বাল্য বিবাহ কৰা ২৪ জনক গ্ৰেপ্তাৰ
বাক্সাত বাল্য বিবাহ কৰা ১২৫ জনক গ্ৰেপ্তাৰ
দৰঙত বাল্য বিবাহ কৰা ৬৭ জনক গ্ৰেপ্তাৰ
ডিমা হাচাওত বাল্য বিবাহ কৰা ১৫ জনক গ্ৰেপ্তাৰ
গোলাঘাটত বাল্য বিবাহ কৰা ২৯ জনক গ্ৰেপ্তাৰ
হাইলাকান্দিত বাল্য বিবাহ কৰা ১১৮ জনক গ্ৰেপ্তাৰ
কামৰূপত বাল্য বিবাহ কৰা ১০২ জনক গ্ৰেপ্তাৰ
যোৰহাটৰ বাল্য বিবাহ কৰা ৭ জনক গ্ৰেপ্তাৰ
তামুলপুৰত বাল্য বিবাহ কৰা ৬৬ জনক গ্ৰেপ্তাৰ
গুৱাহাটী বাল্য বিবাহেৰে জড়িত ৫৮ জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















