• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-চীনৰ যুদ্ধ হ’লে বাংলাদেশে কাৰ পক্ষ ল’ব?

ভাৰত-চীনৰ যুদ্ধ হ’লে বাংলাদেশে কাৰ পক্ষ ল’ব?

6 years ago
চলনাময়ী নাৰীৰ চকুত নপৰাৰ পূৰ্বে পুৰুষসকল সাৱধান হওক, মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত নপৰাৰ পূৰ্বে পুৰুষসকল সাৱধান হওক, মনত ৰাখক এইকেইটা কথা

47 minutes ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

1 hour ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

2 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

3 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

3 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

4 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

5 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

6 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

24 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰত-চীনৰ যুদ্ধ হ’লে বাংলাদেশে কাৰ পক্ষ ল’ব?

editor by editor
June 28, 2020
in বিশ্ব, ভাৰত
0
ভাৰত-চীনৰ যুদ্ধ হ’লে বাংলাদেশে কাৰ পক্ষ ল’ব?
28
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ লাডাখৰ গালৱানত চীন-ভাৰতৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত দক্ষিণ এছিয়াৰ কূটনৈতিক সমীকৰণ প্ৰতিপলে সলনি হৈছে। ভাৰতক প্ৰতিবেশী দেশসমূহৰে সম্পৰ্ক বিঘ্নিত কৰি এঘৰীয়া কৰাৰ কৌশল জাৰি ৰাখিছে বেইজিঙে। চীনৰ এই ৰণনীতিয়ে ইতিমধ্যে প্ৰভাৱ পেলাইছে ভাৰত-নেপাল বা ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্কত। আন্তঃজাতিক বিশেষজ্ঞসকলৰ মতে, চীনৰ এই কৌশলৰ আঁৰত আছে সাম্ৰাজ্যবাদী মনোভাৱৰ ভৌগোলিক আগ্ৰাসন। আছে,  সমগ্ৰ এছিয়াতে বজাৰ দখলৰ অভিসন্ধিও। এনে উদ্দেশ্য আগত ৰাখিয়ে বাংলাদেশক বহু বছৰ ধৰি টাৰ্গেট কৰি আহিছে ড্ৰেগনৰ দেশে। ভাৰতৰ চুবুৰীয়া দেশখনৰ প্ৰায় প্ৰতিখন বজাৰতে এতিয়া চীনা পণ্যৰ পয়োভৰ। আনকি ঢাকাৰ শ্বেয়াৰ বজাৰতো বেইজিঙৰ প্ৰভাৱ বৃদ্ধি পাইছে। ৰঙা চীনৰ এনে হাতোৰাৰ পাছতো দিল্লীৰে সু-সম্পৰ্ক বজাই ৰাখিছে ঢাকাই। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সদায়ে ভাৰতক সমৰ্থন কৰি আহিছে বাংলাদেশে। সম্প্ৰতি চীন-ভাৰতৰ বৈৰিতাই মুকলি ৰণৰ পৰিৱেশ সূচনা কৰিছে। গালৱানত ২৪ ঘন্টাই বাজিছে যুদ্ধৰ দামামা। এনে প্ৰেক্ষাপটত প্ৰশ্ন উঠিছে, ভাৰতৰ বন্ধু ৰাষ্ট্ৰখনে কাৰ পক্ষ ল’ব- জিংপিং নে মোদীৰ?  বাংলাদেশৰ সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত দেশখনৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মোমনে স্পষ্ট ভাষাত কৈছেঃ ‘দুয়োখন দেশে বাংলাদেশৰ ঘনিষ্ঠ দেশ। দুয়োখন দেশৰ শান্তিপূৰ্ণ সহাৱস্থান আমি বিচাৰো। উন্নয়নৰ বাবে শান্তি আৰু স্থিতিশীলতাৰ প্ৰয়োজন।‘ দুয়োখন দেশে সংযম হৈ অবিলম্বে উত্তেজনা প্ৰশমণৰ পদক্ষেপ ল’বলৈয়ো আহ্বান জনায় হাছিনা চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshchinaindianarendra-modisheikh hasinaxi jinping
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে
ভাৰত

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

April 28, 2026
Next Post
অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.