• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনি পাইছেনে কোন! জাৰ্চি বাংগালুৰুৰ, পাগুৰি পাঞ্জাৱৰ, দুয়ো দলৰ সমৰ্থনত দৰ্শকৰ আসনত

1 year ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

3 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

12 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

14 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

16 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চিনি পাইছেনে কোন! জাৰ্চি বাংগালুৰুৰ, পাগুৰি পাঞ্জাৱৰ, দুয়ো দলৰ সমৰ্থনত দৰ্শকৰ আসনত

editor by editor
June 3, 2025
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিনি পাইছেনে কোন! জাৰ্চি বাংগালুৰুৰ, পাগুৰি পাঞ্জাৱৰ, দুয়ো দলৰ সমৰ্থনত দৰ্শকৰ আসনত
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনি পাইছেনে কোন! জাৰ্চি বাংগালুৰুৰ, পাগুৰি পাঞ্জাৱৰ, দুয়ো দলৰ সমৰ্থনত দৰ্শকৰ আসনত

উত্তপ্ত উৎকণ্ঠাৰে ভৰি পৰিছে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম। আজি ৩ জুন তাৰিখে চলি আছে আই পি এলৰ ফাইনেল মেচ। ৰজত পাটিদাৰৰ অধিনায়কত্বত বেংগালুৰু আৰু শ্ৰেয়াছ আয়াৰৰ অধিনায়কতাত পঞ্জাৱৰ মাজত অনুষ্ঠিত হৈছে এই ফাইনেল খেল।

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰায় ১ লাখ ৩২ হাজাৰ লোক উপস্থিত আছে, কোনোবাই আৰ চি বিক সমৰ্থন কৰিছে আৰু কোনোবাই পঞ্জাৱক সমৰ্থন কৰিছে। কিন্তু এই লাখৰ ঘৰত দৰ্শকৰ মাজত দেখা গৈছে এগৰাকী বিশেষ লোকক। যিয়ে সমৰ্থন কৰিছে দুয়ো দলক।

সেয়া হৈছে ক্ৰিছ গেইল। অনন্য শৈলীৰে আই পি এলৰ ফাইনেল চাবলৈ আহে গেইল। আই পি এলৰ ফাইনেল চাবলৈ ক্ৰীছ গেইলে আৰ চি বিৰ জাৰ্চি পিন্ধাৰ লগতে পঞ্জাৱৰ জাৰ্চি হিচাপে পাগুৰি পিন্ধে। আই পি এলত এই দুয়োটা দলৰ হৈ খেলিছে গেইলে, আৰু দুয়োটা দলে কেতিয়াও আই পি এলৰ খিতাপ জয় কৰা নাই।

কেকেআৰৰ হৈ খেলি আইপিএলত অভিষেক ঘটাইছিল ক্ৰীছ গেইলে। ইয়াৰ পিছত আৰ চি বি আৰু তাৰ পিছত পঞ্জাব কিংছৰ হৈ খেলিছিল। কেকেআৰৰ হৈ ১৬খন, পঞ্জাৱৰ হৈ ৪১খন আৰু আৰচিবিৰ হৈ সৰ্বাধিক ৮৫খন মেচ খেলিছে গেইলে। গেইল এতিয়াও আই পি এলত সৰ্বাধিক ব্যক্তিগত ইনিংছ (১৭৫*) খেলা বেটছমেন। আই পি এলত সৰ্বাধিক ছয়ৰ অভিলেখো গেইলৰ হাতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chris GailiplIPL 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Next Post
আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব

১৮ তম আই পি এলত সপোন পূৰণ হ’ল কিং কোহলীৰ, প্ৰথমবাৰ IPLত চেম্পিয়নছ হ’ল বাংগালুৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন