• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব

6 months ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

3 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

1 week ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

2 weeks ago
সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

আকৌ আহিছে এক দুখবৰ! পথ দুৰ্ঘটনাত জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ট্ৰাকৰ তলত নিচিহ্ন বাহন

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব

editor by editor
June 3, 2025
in ক্ৰীড়া, ভাৰত
0
আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব

আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে আই পি এল ২০২৫ৰ চূড়ান্ত খেল। এই ৰোমাঞ্চকৰ খেলখনত পঞ্জাৱ আৰু বেংগালুৰু (আৰ চি বি)ৰ মাজত মুখামুখি হৈ আছে। দুয়ো দলে আজি পৰ্যন্ত আই পি এলৰ খিতাপ অৰ্জন কৰিব পৰা নাই, গতিকে আজি এটা নতুন দলে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ট্ৰফী লাভ কৰিব।

পাছে এই আজিৰ এই ফাইনেল মেচত ইতিহাস সৃষ্টিৰ সুযোগ লাভ কৰিছে শ্ৰেয়াছ আয়াৰে। যদিহে আজি খেল খনত পাঞ্জাৱে জয় লাভ কৰে তেন্তে অধিনায়ক শ্ৰেয়াছৰ নামত খোদিত হব ৰেকৰ্ড। যি আজি পৰ্যন্ত অন্য অধিনায়কে কৰিব পৰা নাই।

বৰ্তমান কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানত আছে শ্ৰেয়াছ আয়াৰ। যোৱা বছৰ কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰিছিল শ্ৰেয়াছে। এতিয়া যদি এইবাৰ পঞ্জাব কিংছকো জয়ৰ দিশত আগুৱাই লৈ যায় তেন্তে তেওঁ আই পি এলৰ ইতিহাসত দুটা ভিন্ন দলৰ হৈ খিতাপ দখল কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হ’ব।

এই কৃতিত্ব এই পৰ্যন্ত আই পি এলৰ কিংবদন্তি অধিনায়ক ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনীয়ে অৰ্জন কৰিব পৰা নাই। ৰোহিতে মুম্বাই ইণ্ডিয়ানছক ৫ বাৰ আৰু ধোনীয়ে চেন্নাই ছুপাৰ কিংছক ৫ বাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে যদিও দুয়োটা দলে আন কোনো দলৰ হৈ ট্ৰফী লাভ কৰিব পৰা নাই।

সেয়ে শ্ৰেয়াছৰ হাতত আজি সুবৰ্ণ সুযোগ। আজিৰ ফাইনেলখন কেৱল ট্ৰফীৰ বাবে খেল নহয়, ইতিহাস সৃষ্টিৰ এক সোণালী সুযোগ। দুয়োটা দলৰ বাবে আৰু বিশেষকৈ শ্ৰেয়াছ আয়াৰৰ বাবে। এতিয়া কোনে জয়ী হয় সেয়া হ’ব লক্ষ্যণীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025Shreyas Iyer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

November 24, 2025
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ
চিনেমা

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

November 24, 2025
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

November 24, 2025
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?
জীৱনশৈলী

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

November 24, 2025
Next Post
১৮ তম আই পি এলত সপোন পূৰণ হ’ল কিং কোহলীৰ, প্ৰথমবাৰ IPLত চেম্পিয়নছ হ’ল বাংগালুৰু

১ আগষ্টৰ পৰা UPI পেমেণ্টৰ নিয়মত ডাঙৰ সাল সলনি, কি কি পৰিবৰ্তন আহিব? জানি থওক আগতীয়াকৈয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন