• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ আগষ্টৰ পৰা UPI পেমেণ্টৰ নিয়মত ডাঙৰ সাল সলনি, কি কি পৰিবৰ্তন আহিব? জানি থওক আগতীয়াকৈয়ে

১ আগষ্টৰ পৰা UPI পেমেণ্টৰ নিয়মত ডাঙৰ সাল সলনি, কি কি পৰিবৰ্তন আহিব? জানি থওক আগতীয়াকৈয়ে

1 year ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

23 minutes ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

48 minutes ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

3 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

3 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

3 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

4 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

6 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

7 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

7 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

9 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ আগষ্টৰ পৰা UPI পেমেণ্টৰ নিয়মত ডাঙৰ সাল সলনি, কি কি পৰিবৰ্তন আহিব? জানি থওক আগতীয়াকৈয়ে

১ আগষ্টৰ পৰা UPI পেমেণ্টৰ নিয়মত ডাঙৰ সাল সলনি, কি কি পৰিবৰ্তন আহিব? জানি থওক আগতীয়াকৈয়ে

editor by editor
June 4, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
১ আগষ্টৰ পৰা UPI পেমেণ্টৰ নিয়মত ডাঙৰ সাল সলনি, কি কি পৰিবৰ্তন আহিব? জানি থওক আগতীয়াকৈয়ে
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰু হওক বা ডাঙৰ সকলো পেমেণ্টতেই আজিকালি ডিজিটেল পেমেণ্ট অৱশ্যই ব্যৱহাৰ কৰা হয়৷ UPI অহাৰ ফলত ডিজিটেল পেমেণ্ট আৰু সহজ আৰু জনপ্ৰিয় হৈছে৷ এই পৰিস্থিতিত আপুনি যদি UPI ব্যৱহাৰকাৰী হয় তেতিয়া আপোনাৰ বাবে এয়া ডাঙৰ খবৰ৷ ২০২৫ চনৰ ১ আগষ্টৰ পৰা আপোনাৰ বাবে বহু UPI নিয়ম সলনি হব৷ প্ৰকৃততে নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেছন অফ ইণ্ডিয়াই এই বিষয়ত এখন চাৰ্কুলাৰ জাৰি কৰিছে৷ যদি আপুনি  PhonePe, Google Pay আৰু Paytm UPI ব্যৱহাৰ কৰে তেন্তে এই নতুন নিয়ম আপোনালোকৰ বাবে লাঘু হব৷

এই সীমা সেই পৰিসেৱাসমূহৰ ওপৰত আৰোপ কৰা হব যি অন্যৰ ফোন এপৰ মাধ্যমেৰে বাৰে বাৰে ব্যৱহাৰ কৰে৷ যেনেকৈ বেলেন্স চেক কৰা, অটোপেত অনুমোদন কৰা আৰু ট্ৰান্সেকছন চোৱা৷ ইয়াৰ পাছত UPI পেমেণ্ট এপ ব্যৱহাৰৰ পদ্ধতিত কিছু পৰিবৰ্তন আহিব৷

কি কি সালসলনি?

আপুনি মাত্ৰ ৫০ বাৰ আপোনাৰ বেলেন্স চেক কৰিব পাৰিব

নতুন নিৰ্দেশিকা অনুসৰি UPI ব্যৱহাৰকাৰীয়ে দিনে মাত্ৰ ৫০বাৰ তেওঁলোকৰ বেলেন্স চেক কৰিব পাৰিব৷ অৰ্থাৎ যদি কোনো গ্ৰাহকে PhonePe আৰু Paytm উভয় এপ ব্যৱহাৰ কৰে তেতিয়া সেই ব্যৱহাৰকাৰীয়ে প্ৰতিটো এপত মাত্ৰ ৫০ বাৰহে বেলেন্স চেক কৰিব পাৰিব৷ ইয়াৰ উদ্দেশ্য হৈছে UPI এপে যাতে সঠিকভাৱে কাম কৰে৷ কাৰণ বাৰে বাৰে বেলেন্স চেক কৰিলে চাৰ্ভাৰ লোড বাঢ়ি যায়৷ ফলত চিষ্টেমৰ গতি ধীৰ হয়৷

বেংকসমূহে লেনদেনৰ সৈতে সতৰ্কতাও পঠিয়াই

এন পি চি আইয়ে নিৰ্দেশ দিছে যে লেনদেনৰ পাছত বেংকসমূহে গ্ৰাহকৰ পৰা উপলব্ধ বেলেন্স সম্পৰ্কে তথ্য পঠিয়াব৷ ইয়াৰ সৈতে ইউ পি আই এপসমূহক পিক আৱাৰত বাৰে বাৰে বেলেন্স চেক ৰোধ কৰাৰ বাবে বিশেষ প্ৰযুক্তিৰ ব্যৱস্থা কৰিব৷ ই ইউ পি আইৰ মূল পৰিকাঠামোক স্থিতিশীল আৰু সুবিধাজনক কৰি তুলিব৷

নিয়ম ভংগৰ বাবে ব্যৱস্থা লোৱা হব

যদি বেংক বা পি এছ পিয়ে এই নিয়মসমূহ অনুসৰণ নকৰে তেন্তে এপিআই ব্লকিং আৰু জৰিমনাৰ দৰে পদক্ষেপ তেওঁলোকৰ বিৰুদ্ধে লোৱা হব পাৰে৷ ইয়াৰ সৈতে সমস্ত পি এছ পি কে ১ আগষ্ট ২০২৫ৰ মাজত এন পি চি আইত অংগীকাৰপত্ৰ জমা দিয়া হব৷ এয়া নিশ্চিত কৰিব যি সমস্ত চিষ্টেম জেনাৰেটেড এপিআই সাৰিবদ্ধ থাকিব আৰু তেওঁলোকৰ গতি সীমিত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল
বিশ্ব

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

June 18, 2026
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

June 18, 2026
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

June 18, 2026
Next Post
গণেশক কাহানিও এই কেইপদ সামগ্ৰী নিদিব, পূজাত এই নিয়ম নামানিলে আপোনাৰ ভুল ক্ষমা নকৰে সিদ্ধিদাতাই

গণেশক কাহানিও এই কেইপদ সামগ্ৰী নিদিব, পূজাত এই নিয়ম নামানিলে আপোনাৰ ভুল ক্ষমা নকৰে সিদ্ধিদাতাই

জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.