• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

1 year ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

57 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

editor by editor
June 4, 2025
in জীৱনশৈলী
0
জুনৰ আৰম্ভণিতেই কেতু-মঙ্গল কাষলৈ আহিব, কেৰিয়াৰত উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৭ জুনত সিংহৰ ৰাশি সূৰ্যত প্ৰৱেশ কৰিব মঙ্গলে৷ সিংহ ৰাশিত পূৰ্বৰে পৰাই অৱস্থান কৰিছে কেতুৱে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি মঙ্গল হৈছে সাহস আৰু বীৰত্বৰ কাৰক গ্ৰহ৷ আকৌ কেতু হৈছে নিৰ্মম আৰু নিৰ্দয় গ্ৰহ৷ কেতু আৰু মঙ্গল এটাই আনটোৰ কাষলৈ আহিলে দুই গ্ৰহৰ মিলিত প্ৰভাৱত সাহস, এনাৰ্জি আৰু আত্মবিশ্বাস তুংগত উঠিব কেইটামান ৰাশিৰ জাতকৰ৷ এই সময়ত সাহসী সিদ্ধান্ত লোৱাৰ ফলত লাভৱান হব৷ জানি থওক কেতু মঙ্গলৰ যুঁটিক লাভৱান হব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল৷ ইয়াৰ ফলত মঙ্গলৰ গোচৰৰ প্ৰভাৱত সকলো কামতেই নতুন এনাৰ্জি পাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ সাহসী সিদ্ধান্ত লব পাৰিব৷ কেৰিয়াৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ এই সময়ত সকলো কামতেই সাফল্য পাব৷ নতুন চাকৰি পাব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিতেই মিলিত হব কেতু আৰু মঙল৷ সেয়ে এই ৰাশিৰ জাতকৰ মাজত আত্মবিশ্বাস আৰু কামৰ দক্ষতা কেইবাগুণো বাঢ়িব৷ মঙলে আপোনাৰ ইচ্ছাশক্তিৰ ক্ষমতা বঢ়াব আৰু কেতুৱে আপোনাক নিজৰ লক্ষ্যৰ প্ৰতি আৰু মনোনিৱেশ কৰাত অনুপ্ৰাণিত কৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ এনে কিছু সুযোগ আপুনি পাব যি পূৰ্বে আপোনাৰ হাতলৈ কেতিয়াও অহা নাছিল৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল৷ কেতুৰ সৈতে মঙ্গলৰ মিলন শুভ আৰু লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত মনৰ জোৰ বাঢ়িব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু মজবুত হব৷ কেৰিয়াৰত আপুনি কোন দিশলৈ যাব খোজে সেই বিষয়ত আপোনাৰ দৃষ্টি স্বচ্ছ হব৷ গৱেষণা আৰু প্ৰযুক্তিৰ সৈতে যুক্ত ব্যক্তি লাভৱান হব৷ চাকৰি পৰিবৰ্তন কৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ দশম ঘৰত যুঁটি গঠন কৰিব মঙল আৰু কেতুৱে৷ ইয়াৰ ফলত কেৰিয়াৰ আৰু সামাজিক মৰ্যাদাত চকুত লগা উন্নতি কৰিব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি এনে কিছু সিদ্ধান্ত লব যাৰ সুদূৰপ্ৰসাৰী ফল লাভ কৰিব৷ কাৰ্যালয়ত পদোন্নতি হব পাৰে৷ নতুন চাকৰি পাব পাৰে আৰু ব্যৱসায় বঢ়োৱাৰ সুযোগো এই সময়ত পাব পাৰে৷ অফিচত বচৰ সৈতে সম্পৰ্ক ভাল হব৷

মীন ৰাশি

মঙল আৰু কেতুৰ মিলনৰ প্ৰভাৱ জুন মাহত আত্মবিশ্বাসেৰে শীৰ্ষত উপস্থিত হব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা উন্নত হব৷ কেৰিয়াৰত কাঙ্খিত সাফল্য পাব পাৰে৷ বিদেশত চাকৰি পাব পাৰে৷ ব্যৱসায়ীসকলেও বৃহৎ সাফল্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
Next Post
লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?

লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?

অপাৰেছন সেন্দূৰৰ সময়তে বিয়া কৰালে খান ছাৰে, খান ছাৰৰ পত্নী কোন? জানি থওক খান ছাৰৰ পত্নীৰ প্ৰকৃত পৰিচয়

অপাৰেছন সেন্দূৰৰ সময়তে বিয়া কৰালে খান ছাৰে, খান ছাৰৰ পত্নী কোন? জানি থওক খান ছাৰৰ পত্নীৰ প্ৰকৃত পৰিচয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.