• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ’ব তিহাৰ জেইলৰ বন্ধ কুঠৰী

আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ’ব তিহাৰ জেইলৰ বন্ধ কুঠৰী

2 years ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

39 minutes ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

1 hour ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

4 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

4 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

6 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

7 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

7 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ’ব তিহাৰ জেইলৰ বন্ধ কুঠৰী

editor by editor
June 2, 2024
in ভাৰত, ৰাজনীতি
0
আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ’ব তিহাৰ জেইলৰ বন্ধ কুঠৰী
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ’ব তিহাৰ জেইলৰ বন্ধ কুঠৰী

দিল্লী আবকাৰী নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি ২ জুন তাৰিখ দেওবাৰে পুনৰ জেললৈ যাব লাগিব। আজি দেওবাৰে সমাপ্ত হৈছে লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে লাভ কৰা জামিন তথা সকাহৰ ২১ দিনৰ অন্তিম দিন। আনহাতে, বিচাৰ আদালতে তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ সিদ্ধান্ত ৫ জুনৰ বাবে সংৰক্ষণ কৰে।

কেজৰিৱালে কাৰাগাৰৰ বাহিৰত থাকিবলৈ কেইবাটাও বিফল চেষ্টা চলাইছিল। চিকিৎসা পৰীক্ষা সম্পন্ন কৰিবলৈ অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। উচ্চতম ন্যায়ালয়ে চিকিৎসা পৰীক্ষাৰ ভিত্তিত অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ দাবী নাকচ কৰি বিচাৰ আদালতৰ কাষ চাপিবলৈ কয়।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জেললৈ যোৱাৰ পূৰ্বে আজি পুৱা এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে যে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মই ২১ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহিছিলো। মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

তেওঁ আৰু লিখিছে যে আজি তেওঁ তিহাৰলৈ গৈ আত্মসমৰ্পণ কৰিব। দুপৰীয়া ৩ বজাত ঘৰৰ পৰা ওলাই যাব। প্ৰথমে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাব, তাৰ পৰা কনট প্লেচত অৱস্থিত হনুমান মন্দিৰলৈ গৈ হনুমান জীৰ আশীৰ্বাদ বিচাৰিব। তাৰ পৰা দলৰ কাৰ্যালয়লৈ গৈ সকলো কৰ্মী আৰু দলৰ নেতাক লগ কৰিব। তাৰ পৰা পোনে পোনে আকৌ তিহাৰলৈ ৰাওনা হ’ব।

শনিবাৰে বিচাৰ আদালতত বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৫ জুনত সিদ্ধান্ত নিৰ্ধাৰণ কৰে। দেওবাৰে আত্মসমৰ্পণ কৰিবলগীয়া হোৱাত কেজৰিৱালৰ অধিবক্তাই ন্যায়াধীশক শনিবাৰেহে ৰায় ঘোষণা কৰিবলৈ অনুৰোধ জনায়। অৱশ্যে আদালতৰ ন্যায়াধীশে তেওঁৰ আবেদনক গুৰুত্ব নিদিলে। ন্যায়াধীশগৰাকীয়ে কয় যে এইটো অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন আৰু উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সকাহৰ বৃদ্ধি নহয়, গতিকে ৫ জুনতহে ৰায় দিয়া

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arvinda Kezriwal. Tihar JailDelhi CMjailKejriwalTihar karagar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
Next Post
অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.