• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

2 months ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

39 minutes ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

1 hour ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

2 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

3 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

3 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

5 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

5 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

6 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

6 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

7 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

8 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

editor by editor
May 16, 2026
in বিবিধ, ভাৰত, লেখা
0
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰীকাকুলাম জিলাৰ নৰসন্নপেটাত এক কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী নাইডুৱে তৃতীয় সন্তান জন্মৰ বাবে ৩০ হাজাৰ টকা আৰু চতুৰ্থ সন্তান জন্মৰ বাবে ৪০ হাজাৰ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। চৰকাৰে এই আঁচনিখনত অনুমোদন জনোৱাৰ লগতে আগন্তুক এমাহৰ ভিতৰত সম্পূর্ণ সবিশেষ প্রকাশ কৰা হ’ব বুলিও কয়।

স্বৰ্ণ অন্ধ্ৰ-স্বচ্ছ অন্ধ্ৰ কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে, “মই নতুন সিদ্ধান্ত লৈছো। তৃতীয় সন্তান জন্মৰ লগে লগে ৩০ হাজাৰ টকা দিয়া হ’ব, আৰু চতুৰ্থ সন্তানৰ বাবে ৪০ হাজাৰ টকা দিয়া হ’ব।” যদিও এন চন্দ্ৰবাবু নাইডুৱে পূর্বে জনসংখ্যা নিয়ন্ত্রণৰ কথা কৈছিল, কিন্তু এতিয়া তেওঁ কৈছে যে সময় সলনি হৈছে আৰু সমাজে একেলগে কাম কৰি জন্মৰ হাৰ বৃদ্ধি কৰিব লাগিব৷

দ্বিতীয় সন্তান জন্মৰ বাবে ২৫ হাজাৰ টকাৰ প্ৰৰোচনা প্ৰদানৰ পূৰ্বৰ প্ৰস্তাৱৰ পিছতে মুখ্যমন্ত্ৰী নাইডুৰ শেহতীয়া ঘোষণা। ৫ মাৰ্চত তেওঁ বিধানসভাত কয় যে, ৰাজ্য চৰকাৰে দ্বিতীয় সন্তান জন্ম দিয়া দম্পতীক ২৫ হাজাৰ টকাৰ প্ৰদান কৰাৰ কথা চিন্তা কৰিছে।

কিয় কমিছে ৰাজ্যৰ জনসংখ্যা?

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে আজিকালি বহু দম্পতীয়ে আয় বৃদ্ধিৰ লগে লগে মাত্ৰ এটা সন্তান জন্ম দিবলৈ বাছি লৈছে। ইফালে কিছুমান পৰিয়ালে প্ৰথম সন্তান ল’ৰা নহ’লেহে দ্বিতীয় সন্তান জন্ম দিয়াৰ কথা চিন্তা কৰে। তেওঁ কয় যে ইয়াৰ ফলত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পোৱাত অৰিহণা যোগাইছে।

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে উল্লেখ কৰে যে এখন সমাজৰ জনসংখ্যা সুস্থিৰ হৈ থাকিবলৈ মুঠ প্ৰজনন হাৰ (TFR) ২.১ অপৰিহাৰ্য। এই হাৰ যদি তললৈ নামি যায় তেন্তে বৃদ্ধৰ জনসংখ্যা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব আৰু কাম কৰাৰ জনসংখ্যা হ্ৰাস পাব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বহু দেশত জনসংখ্যা হ্ৰাস আৰু বৃদ্ধি পোৱা বৃদ্ধ জনসংখ্যা অৰ্থনৈতিক উন্নয়নৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে ভাৰতৰ একাংশ ৰাজ্যত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি তেওঁ সকীয়াই দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই
বিনোদন

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

July 13, 2026
Next Post
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.