• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল, গছক সাৱটি ধৰাৰ বাবদ ১৫০০ টকা মাচুল

সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল, গছক সাৱটি ধৰাৰ বাবদ ১৫০০ টকা মাচুল

2 years ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

44 minutes ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

1 hour ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

2 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

3 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

13 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

13 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

14 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

14 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

14 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল, গছক সাৱটি ধৰাৰ বাবদ ১৫০০ টকা মাচুল

editor by editor
April 21, 2024
in ভাৰত
0
সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল, গছক সাৱটি ধৰাৰ বাবদ ১৫০০ টকা মাচুল
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল, গছক সাৱটি ধৰাৰ বাবদ ১৫০০ টকা মাচুল

সদ্যহতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক এনে বিজ্ঞাপন, যি দেখি হতচকিত হৈ পৰিছে বহু লোক। গছ এজোপা সাৱটি ধৰাৰ বাবে ভৰিব লাগিব ১৫০০ টকা মাচুল।

ব্যস্ততাপূৰ্ণ আধুনিক জীৱনশৈলীৰ বাবে আজিকালিৰ সময়ত প্ৰকৃতিৰ পৰা বহু দূৰ হৈ পৰিছে সাধাৰণ লোক। কেৱল কৰ্ম জীৱন হৈ পৰিছে একমাত্ৰ কাম। যাৰ বাবে বহু লোক অধিক চাপত থকাৰ ফলত মানসিক ৰোগতো পৰা দেখা যায়।

পাছে এক গৱেষণাত প্ৰমাণিত হৈছে প্ৰকৃতিৰ সৈতে অধিক সময় কটোৱা লোক সকলৰ জীৱনত মানসিক চাপ বহু কম থাকে। কিছু লোকৰ নথকাৰ দৰেই। প্ৰাকৃতিক পৰিৱেশত সময় কটালে উদ্বেগ আৰু হতাশাৰ অনুভূতি হ্ৰাস পাব পাৰে।

https://x.com/AJayAWhy/status/1780167988504625242

শেহতীয়াকৈ দেশত সংঘটিত এক ঘটনাই অনলাইন বিতৰ্কৰ সৃষ্টি কৰিছে। বেংগালুৰুৰ এটা কোম্পানীয়ে ১৫০০ টকা মাচুলৰ বিনিময়ত প্ৰকৃতিৰ মাজত কিছু সময় কটোৱাৰ ক্ষেত্ৰত মানুহক অফাৰ আগবঢ়াইছে। ইয়াৰ ফলত একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ক্ষুব্ধ হৈ পৰিছে। কোম্পানীটোৰ বিজ্ঞাপন আৰু ইয়াৰ মূল্যৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে।

মাইক্ৰ’ব্লগিং চাইট এক্সত স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি জোলাদ ৰ’ট্টি নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বেব, সাৰ পোৱা! বজাৰলৈ আহিছে নতুন কেলেংকাৰী’। এই পোষ্টটো ভাইৰেল হৈ অনলাইনত বিতৰ্কৰ সূচনা কৰে। ইয়াৰ উপৰিও মন্তব্যৰ অংশত একেজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপুনি গছক সাৱটি ধৰি প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰে আৰু ইয়াৰ ছাঁত সময় কটায়। এই সকলোবোৰ ভাল, কিন্তু ৰাজহুৱা সম্পত্তিৰ এটা ঠাইত ১৫০০ টকাৰ মাচুল অযুক্তিকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Company ScamHugging Treesocial mediaviral photoViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
Next Post
জানেনে হালধিৰ আছে বহু উপকাৰিতা, পাছে হালধি খোৱাৰ ক্ষেত্ৰত হওক সাৱধান…

জানেনে হালধিৰ আছে বহু উপকাৰিতা, পাছে হালধি খোৱাৰ ক্ষেত্ৰত হওক সাৱধান...

শুৱাৰ পূৰ্বে গাখীৰৰ লগত মিলাই খাওত এই সামগ্ৰী, তীব্ৰতাৰে বৃদ্ধি পাব দৃষ্টি শক্তি

শুৱাৰ পূৰ্বে গাখীৰৰ লগত মিলাই খাওত এই সামগ্ৰী, তীব্ৰতাৰে বৃদ্ধি পাব দৃষ্টি শক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.