• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন-সম্পত্তি সকলোঃ  কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

ধন-সম্পত্তি সকলোঃ কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

3 years ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

31 minutes ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

1 hour ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

2 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

13 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

15 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

15 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

16 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

16 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

17 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

18 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

19 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ধন-সম্পত্তি সকলোঃ কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

কিমান সম্পত্তিৰ গৰাকী কংগ্ৰেছ, বিজেপিৰ দৰে বৃহত ৰাজনৈতিক দলবোৰ

editor by editor
December 25, 2023
in Uncategorized
0
ধন-সম্পত্তি সকলোঃ  কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ আপুনি বাৰু কেতিয়াবা ভাৱিছেনে! আমাৰ ৰাজনৈতিক দলবোৰৰ হাতত কিমান টকা জমা আছে! কিমান সম্পত্তিৰ গৰাকী কংগ্ৰেছ, বিজেপিৰ দৰে বৃহত ৰাজনৈতিক দলবোৰ! শেহতীয়াকৈ ৰাজহুৱা তথ্য অনুসৰি কংগ্ৰেছৰ হাতত জমা থকা ধনৰ পৰিমাণ অতিপাত গতিত হ্ৰাস পোৱাৰ বিপৰীতে বহুগুণ জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে বৰ্তমানৰ শাসকীয় বিজেপি দলৰ।

এছচিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR)এ মুকলি কৰা তথ্য অনুসৰি বিগত ৬বছৰত কংগ্ৰেছৰ দলীয় পুজিঁৰ পৰিমাণ অতিপাত গতিত হ্ৰাস পাইছে। ২০১৪-১৫বিত্তীয় বৰ্ষত কংগ্ৰেছৰ পলিটিকেল ফাণ্ডিং আছিল ৭৬৫কোটি টকা। কিন্তু ইয়াৰ তিনি বছৰৰ পাছতে ২০১৭-১৮ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং আছিল মাত্ৰ ১৯৯কোটি টকা। ২০১৯-২০ত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং হৈছিল ৯৯৮কোটি টকা। কিন্তু লক্ষ্যণীয়ভাৱে ২০২১-২২বৰ্ষত কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং হ্ৰাস পাই হলগৈ ৫৪১কোটি টকা। বিগত ৬বছৰত এনেদৰেই হ্ৰাস পালে কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং। ৬বছৰত প্ৰায় ২৯শতাংশ হ্ৰাস পালে কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং।

কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ বিপৰীতে বিজেপিৰ বাবে বিগত ৬বছৰ কাল জয় জয় ময় ময়। এ ডি আৰে মুকলি কৰা তথ্য অনুসৰি, ২০১৪-১৫বিত্তীয় বৰ্ষত বিজেপিৰ পলিটিকেল ফাণ্ডিং আছিল ৯৭০কোটি টকা। ২০১৭-১৮চনত এই ধনৰ পৰিমাণ বৃদ্ধি হৈ হলগৈ ১০২৭কোটি টকা। ২০১৯-২০চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এই পুজিৰ পৰিমাণ প্ৰায় ৩গুণ বৃদ্ধি হৈ বিজেপিৰ একাউন্টত জমা হল ৩হাজাৰ ৬২৩কোটি টকা। কিন্তু ২০২১-২২বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ হ্ৰাস পালে। এই বছৰটোত বিজেপিৰ পাৰ্টি ফাণ্ডিঙৰ পৰিমাণ ১৯১৭কোটি টকা।

উল্লেখ কৰা প্ৰয়োজন যে, স্থায়ী সম্পত্তিৰ ক্ষেত্ৰত বিজেপিতকৈ বহু পিচ পৰি আছে কংগ্ৰেছ। ২০২১-২২চনৰ তথ্য অনুসৰি বিজেপিৰ স্থায়ী সম্পত্তিৰ পৰিমাণ ৬হাজাৰ কোটি আৰু কংগ্ৰেছৰ এই সম্পত্তিৰ পৰিমাণ হৈছে ৮০৫কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.