• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

2 years ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

18 hours ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

19 hours ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

20 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

21 hours ago
২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

22 hours ago
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

23 hours ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

2 days ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

editor by editor
December 25, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছ দলৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে। ২০২৪ চনৰ আইপিএলত পাঁচবাৰকৈ খিতাপজয়ী দলটোক নেতৃত্ব দিব হাৰ্দিকে। মোটা টকাৰ বিনিময়ত হাৰ্দিকক গুজৰাট টাইটান্সৰ পৰা ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। সম্প্ৰতি ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা ৰিপৰ্টে দাবী কৰামতে হাৰ্দিকক কেইবা কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। সকলোৱে মোটা অংকৰ ধন দিয়া বুলি দাবী কৰিলেও প্ৰকৃততে হাৰ্দিকক কিমান ধনৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছে সেই কথা জানিব পৰা হোৱা নাই।

অৱশ্যে একাংশ সূত্ৰই দাবী কৰামতে হাৰ্দিকক ক্ৰয় কৰোতে মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটান্সক প্ৰায় ১০০ কোটি টকা ট্ৰেন্সফাৰ কৰি দিছে। বিগত ২বছৰ ধৰি গুজৰাট টাইটান্স দলৰ হৈ খেলিছে হাৰ্দিক পাণ্ডিয়াই। হাৰ্দিকে গুজৰাট দলটোক খিতাপ জয়ৰো সোৱাদ দিছে। বিগত বছৰত হাৰ্দিকৰ নেতৃত্বতেই দলটো ফাইনেলত উঠিছে। কিন্তু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজিত অন্তিম মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলি পৰাজিত হয়।

পূৰ্বে হাৰ্দিক মুম্বাই ইণ্ডিয়ানছৰ সৈতেই আছিল। কিন্তু ২০২২ চনৰ আইপিএলৰ নিলামৰ পূৰ্বে মুম্বাই এৰি গুজৰাট টাইটান্সৰ সৈতে চুক্তিবদ্ধ হয়। শেহতীয়াকৈ আকৌ হাৰ্দিক মুম্বাইলৈ উভতিছে। বহুতৰেই ধাৰণা আছিল ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত সূৰ্যকুমাৰ আৰু জছপ্ৰীত বুমৰাহেই অধিনায়কৰ দাবীদাৰ। কিন্তু শেষপৰ্যন্ত সকলোৰে আশাত চেঁচাপানী ঢালি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৈছে হাৰ্দিক পাণ্ডিয়া।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই
জীৱনশৈলী

November 7, 2025
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?
জীৱনশৈলী

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

November 7, 2025
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে
জীৱনশৈলী

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

November 7, 2025
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি
জীৱনশৈলী

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

November 7, 2025
Next Post
আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন