• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা ৱাৰ্ডত ১৭ দিন কোভিড নিগেটিভৰ চিকিৎসা

ক’ৰোনা ৱাৰ্ডত ১৭ দিন কোভিড নিগেটিভৰ চিকিৎসা

6 years ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

16 minutes ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

2 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

3 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

5 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

5 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

6 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

7 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

8 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

8 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

9 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’ৰোনা ৱাৰ্ডত ১৭ দিন কোভিড নিগেটিভৰ চিকিৎসা

এম্বুলেন্সত দুগৰাকী ক’ৰোনা ৰোগীৰ সহযাত্ৰী কোভিড নিগেটিভ

editor by editor
July 20, 2020
in ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
ক’ৰোনা ৱাৰ্ডত ১৭ দিন কোভিড নিগেটিভৰ চিকিৎসা
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাক বহুতে বেমাৰতকৈও পয়মাল বুলিহে ভাবিবলৈ লৈছে। পজিটিভ মানেই কোৱাৰেণ্টীন, চিকিৎসাধীন, পুনৰ কোৱাৰেণ্টীন, পৰিয়ালৰ কোৱাৰেণ্টীন, চুবুৰীয়াৰ কোৱাৰেণ্টীন আৰু যে ক’ত কি! কেতিয়াবা ক’ৰোনা নিগেটিভ লোকো কৰ্তৃপক্ষৰ ভুলত হাস্পতাল পাবগৈলগা হৈছে। পৰিণতিত পৰিয়ালৰ পৰা চুবুৰীয়ালৈকে সকলোৰে পয়মাল হৈছে। কোভিড-১৯ পৰীক্ষণৰ পাছত এজন যুৱকক হাস্পতালত ভৰ্তি কৰায় কৰ্তৃপক্ষই। ১৭ দিন হাস্পতালত চিকিৎসাধীন হ’ল যুৱকজন। তাৰ পাছতহে তেওঁৰ প্ৰথম কোভিড টেষ্টৰ ৰিপ’ৰ্টৰ অৰ্থ ভাঙিলে চিকিৎসকে। যুৱকজনৰ শৰীৰত নাই কোভিড-১৯ৰ কোনো লক্ষণ। ইতিমধ্যে যুৱকজন ১৭ দিন হাস্পতালৰ ক’ৰোনা ৱাৰ্ডত চিকিৎসাধীন হৈ থাকিল। এই ঘটনা সংঘটিত হৈছে গোৰখপুৰত। BRD মেডিকেল কলেজত ভৰ্তি হৈ থাকিবলগা হ’ল সুনীল কুমাৰ গুপ্তা নামৰ যুৱকজন। যুৱকজনৰ পত্নী আৰু সন্তানকো কোভিড টেষ্ট কৰা হৈছিল যদিও তেওঁলোক দুয়োৰে ৰিপ’ৰ্ট নিগেটিভ আহিছিল। ৩০ জুনত চিকিৎসাকৰ্মীয়ে যুৱকজনক এম্বুলেন্সেৰে লৈ যায় চিকিৎসালয়লৈ। সেই এম্বুলেন্সখনত যুৱকজনক লৈ যোৱাৰ সময়ত আছিল আন দুজন ক’ৰোনা ৰোগী। এম্বুলেন্সত থকা আন দুজন ৰোগীক ৰে’লৱে হাস্পতালত থৈ সুনীল গুপ্তাক লৈ গৈছিল BRD মেডিকেল কলেজলৈ আৰু ৩নং কোভিড ৱাৰ্ডৰ ১০নং বেডত ভৰ্তি কৰে যুৱকজনক। হাস্পতালত থকা সময়ত হঠাৎ তেওঁৰ গা বেয়া হোৱাত ICUলৈ প্ৰেৰণ কৰে আৰু ICUত ৩ দিন ভেণ্টিলেটৰত ৰাখে। ১২ জুলাইত তেওঁৰ পুনৰ ছেম্পল লোৱা হয়। কিন্তু সেই ৰিপ’ৰ্ট চিকিৎসকে নজনালে সুনীল গুপ্তাক। ১৭ জুলাইত পুনৰ ক’ৰোনা পৰীক্ষা কৰা হয় যুৱকজনৰ আৰু তেওঁক কোভিড নিগেটিভ বুলি চিকিৎসকে কয়। ১৩ জুলাইত সুনীল গুপ্তাই লাভ কৰে পূৰ্বে টেষ্ট কৰা ৰিপ’ৰ্ট। সেই ৰিপ’ৰ্ট দেখিহে তেওঁ গম পালে যে কোভিড পজিটিভ নোহোৱাকৈ তেওঁক কোভিড ৱাৰ্ডত চিকিৎসা কৰা হৈছিল। আনকি সংক্ৰমিতৰ তালিকাতো সুনীল গুপ্তাৰ নাম নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24covid negative positiveicu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
উফিৰ পৰা পৰিত্ৰাণৰ ঘৰুৱা উপায়

উফিৰ পৰা পৰিত্ৰাণৰ ঘৰুৱা উপায়

ক’ৰোনা আক্ৰান্ত মন্ত্ৰী এতিয়া সুস্থ

ক’ৰোনা আক্ৰান্ত মন্ত্ৰী এতিয়া সুস্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.