• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰত উপলব্ধ হ’ব বিনামূলীয়া ক’ৰোনা ভেকচিন

বজাৰত উপলব্ধ হ’ব বিনামূলীয়া ক’ৰোনা ভেকচিন

6 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

7 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

7 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

9 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

9 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

10 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

11 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

11 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

13 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

13 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

বজাৰত উপলব্ধ হ’ব বিনামূলীয়া ক’ৰোনা ভেকচিন

editor by editor
August 24, 2020
in ক'ভিড-১৯, ভাৰত
0
বজাৰত উপলব্ধ হ’ব বিনামূলীয়া ক’ৰোনা ভেকচিন
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অপেক্ষাৰ অৱসান। আৰু মাত্ৰ ৭৩ দিনৰ অপেক্ষা। তাৰ পাছতেই ভাৰতৰ বজাৰত উপলব্ধ হ’ব ভাৰতত প্ৰস্তুত কৰা ক’ৰোনা ভেকচিন COVISHIELD। ভাৰতৰ সৰ্ববৃহৎ ঔষধ প্ৰস্তুতকাৰী সংস্থা ‘ছেৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়া’ই এই ভেকচিন প্ৰস্তুত কৰিছে। কেৱল সেয়াই নহয়, এই ভেকচিন প্ৰত্যেক দেশবাসীকে বিনামূল্যে দিয়াৰ দায়িত্ব লৈছে ভাৰত চৰকাৰে। ভেকচিনৰ ট্ৰায়েল চলি আছে আৰু ট্ৰায়েল শেষ হ’বলৈ লাগিব ৫৮ দিন। ভেকচিনৰ ট্ৰায়েল শীঘ্ৰেই সমাপ্ত কৰিবলৈ ইতিমধ্যে ইনষ্টিটিউটটোত বিশেষ লাইচেন্স প্ৰদান কৰিছে ভাৰত চৰকাৰে। ভাৰতত এই COVISHIELDৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল চলি আছে। তৃতীয় পৰ্যায়ত প্ৰথম ড’জৰ ভেকচিন দিয়া হয় ২২ আগষ্টত। প্ৰথম ড’জৰ ২৯ দিনৰ পাছত দ্বিতীয় ড’জ দিয়াৰ পৰিকল্পনা চলি আছে। দ্বিতীয় ড’জৰ ভেকচিন দিয়াৰ ১৫ দিনৰ পাছত ভেকচিনৰ কাৰ্যকৰিতা সম্পৰ্কে প্ৰতিবেদন দাখিল কৰা হ’ব। ভাৰতৰ ১৭টা কেন্দ্ৰত মুঠ ১,৬০০ জনৰ শৰীৰত ভেকচিনৰ ট্ৰায়েল চলিছে। ট্ৰায়েল প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতহে ছেৰাম ইনষ্টিটিউটৰ পৰা প্ৰায় ৬৮ কোটি COVISHIELD ভাৰত চৰকাৰে ক্ৰয় কৰি সাধাৰণ মানুহক বিনামূলীয়াকৈ প্ৰদান কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: corona vaccinecovishield
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
কোভিডৰ চিকিৎসা সেৱা প্ৰদানৰ ‘ডিউটী সময়’ক লৈ অসন্তুষ্ট চিকিৎসক

কোভিডৰ চিকিৎসা সেৱা প্ৰদানৰ 'ডিউটী সময়'ক লৈ অসন্তুষ্ট চিকিৎসক

বিজেপি-বিপিএফক থুকুচিলে নৱ কুমাৰ শৰণীয়াই

বিজেপি-বিপিএফক থুকুচিলে নৱ কুমাৰ শৰণীয়াই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.