৭৫ বছৰ পুৰণা এটা আইনৰ ধাৰা। এই আইনৰ ধাৰাত এতিয়াও গ্ৰেপ্তাৰ কৰা হয় জনতাক। এই ধাৰা সম্পর্কে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে- ব্ৰিটিছৰ দিনৰ এই আইনৰ ধাৰা এতিয়াও প্ৰয়োজনীয়নে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ