• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ! GMCHত এখন বেডত দুজন ক’ৰোনা ৰোগী

ভয়াৱহ! GMCHত এখন বেডত দুজন ক’ৰোনা ৰোগী

5 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

13 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

14 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

14 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

14 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

15 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

15 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

16 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

17 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

18 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

19 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

19 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ভয়াৱহ! GMCHত এখন বেডত দুজন ক’ৰোনা ৰোগী

editor by editor
March 30, 2021
in ক'ভিড-১৯
0
ভয়াৱহ! GMCHত এখন বেডত দুজন ক’ৰোনা ৰোগী
0
SHARES
18.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এখন ভাইৰেল ফটোৱে তোলপাৰ লগাইছে দেশত। ফটোখনত দেখা গৈছে এখন বেডত দুজন ক’ৰোনা ৰোগী। ঘটনা নাগপুৰৰ গৱর্ণমেণ্ট মেডিকেল কলেজ হাস্পতাল (GMCH)ৰ। মহাৰাষ্ট্ৰত ক’ৰোনাৰ দ্বিতীয় তৰংগই ভয়াৱহ ৰূপ লোৱাৰ সময়তে ভিৰ বাঢ়িছে হাস্পতালসমূহত। তেনে সময়তে এখন বিছনাত দুজন ক’ৰোনা ৰোগী ৰখা ফটোখনে উদঙাইছে স্বাস্থ্য সেৱাৰ পঁয়ালগা ৰূপ। হাস্পতালখনত বেছিভাগ বিছনাতে দুজনকৈ ক’ভিড পজিটিভ ৰোগীক ৰখা হৈছে। হাস্পতাল কর্তৃপক্ষৰ মতে বেচৰকাৰী হাস্পতালৰ তুলনাত খৰচ কম হোৱাৰ কাৰণে আৰু GMCH লৈ গুৰুতৰ ৰোগী ৰেফাৰ কৰাৰ বাবে হাস্পতালখনত ভিৰ বাঢ়িছে। পৰিণতিত এখন বেডত দুজন ৰোগী ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু হাস্পতালৰ শীর্ষ বিষয়াই জনোৱা অনুসৰি বর্তমান এখন বেডত দুজন ৰোগী ৰখা ব্যৱস্থা সংশোধন কৰা হৈছে। GMCHৰ অধীক্ষক অবিনাশ গাভাণ্ডেৰে কয়— ‘প্ৰ’টকল অনুসৰি কেৱলমাত্ৰ ছেভিয়াৰ ক’ভিড-১৯ ৰোগী আৰু চহৰৰ বাহিৰৰ পৰা অহা গুৰুতৰ অসুস্থ ৰোগীকহে হাস্পতালত ভর্তি কৰা হৈছে।’ তেওঁ আৰু কয় যে GMCHত কামৰ চাপ যথেষ্ট বেছি। আমি বিছনাৰ সংখ্যা বঢ়াইছো। পৰিস্থিতি এতিয়া স্বাভাৱিক আৰু বর্তমান এখন বিছনাত এজন ক’ভিড ৰোগী ৰখা হৈছে। উল্লেখ্য যে নাগপুৰত সোমবাৰে ৩,১০০ নতুন ক’ৰোনা ৰোগী ধৰা পৰিছে আৰু ৫৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই
ক'ভিড-১৯

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

July 2, 2025
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে
অপৰাধ

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

June 10, 2025
ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী
ক'ভিড-১৯

ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

June 5, 2025
পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ
ক'ভিড-১৯

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ

May 29, 2025
Next Post
টকা লাগে নেকি, টকা? যদি লাগে আহক ৰঙিয়ালৈ

টকা লাগে নেকি, টকা? যদি লাগে আহক ৰঙিয়ালৈ

নির্বাচনত নেতাৰ নাটক

নির্বাচনত নেতাৰ নাটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.