• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

3 months ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

9 minutes ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

42 minutes ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

2 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

2 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

3 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

4 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

5 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

5 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

6 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

6 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

23 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

editor by editor
May 8, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
0
SHARES
259
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিঁয়হ খোৱাটো স্বাস্থ্যৰ বাবে ভাল। তিঁয়হত যথেষ্ঠ পৰিমাণৰ পানী থাকে। যিয়ে আপোনাৰ শৰীৰ হাইড্ৰ্ৰেড কৰি ৰাখে। তিঁয়হে গৰমৰ পৰা উপশম ঘটোৱাৰ উপৰিও ছালৰ যত্নৰ বাবেও উপযোগী। ইয়াত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট পোনে পোনে ছালৰ গভীৰতালৈ সোমাই যায় আৰু ইয়াৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে। নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ যৌৱনতা বজাই ৰাখে আৰু ৰ’দত পোৰাৰ ফলত হোৱা ক’লা দাগবোৰ সোনকালে আঁতৰাই পেলায়।

যদি আপোনাৰ ছালখন নিস্তেজ হৈছে, তেন্তে এচামুচ এলোভেৰা জেল, পিচি লোৱা তিঁয়হৰ লগত মিহলাই লওক। এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাই মাত্ৰ ১৫ মিনিট অপেক্ষা কৰি সতেজ আৰু উজ্জ্বল ছাল পাব। এই এলোভেৰা আৰু তিঁয়হৰ পেকে বয়সৰ ৰেখা আঁতৰাবলৈ আৰু ছালক উজ্জ্বল কৰিবলৈ বিশেষভাৱে ভাল কাম কৰে।

ছান টেন আঁতৰাবলৈ তিঁয়হৰ পেষ্ট এটা দুচামুচ দৈৰ সৈতে মিহলাই লওক। মিশ্ৰণটো মুখত লগাই ৩০ মিনিট ৰাখি তাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। এই পেকে ছালত অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰে আৰু ইয়াৰ প্ৰাকৃতিক আৰ্দ্ৰতা বজাই ৰাখি ছালখন কোমল কৰে। তিঁয়হ মিহলাই পেক এটা বনাওক। মুখ আৰু ডিঙিত লগাই ২০-৩০ মিনিট ৰাখিব, শুকাই গ’লে কুহুমীয়া পানীৰে ধুই পেলাওক। এই মিশ্ৰণটো সকলো ধৰণৰ ছালৰ বাবে উপযোগী আৰু ছালৰ ক’লা দাগ আঁতৰোৱাত অতি ফলপ্ৰসূ।

আপোনাৰ ছালৰ হেৰুৱা আৰ্দ্ৰতা আৰু উজ্জ্বলতা ঘূৰাই পাবলৈ এচামুচ মৌ আৰু এচামুচ গোলাপ পানী মিহলাই পিচি লোৱা তিঁয়হৰ লগত মিহলাই লওক। এই পেকটো ছালত ২৫ মিনিট লগালে ছালত ভিতৰৰ পৰা হাইড্ৰেট হ’ব। নিয়মীয়া ব্যৱহাৰ কৰিলে ই আপোনাৰ ছালখন কোমল, মসৃণ আৰু দাগমুক্ত কৰি তুলিব।

ছালৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ইয়াৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে গ্ৰাম আটা আৰু শসাৰ ৰসৰ মিশ্ৰণ যথেষ্ট জনপ্ৰিয়। ২ চামুচ গ্ৰাম আটাত পৰ্যাপ্ত পৰিমাণৰ তিঁয়হৰ ৰস মিহলাই ডাঠ পেষ্ট বনাই মুখ আৰু ডিঙিত লগাব। ৩০ মিনিটৰ পিছত ধুই পেলালে চাব কিদৰে ছালৰ হেৰাই যোৱা সৌন্দৰ্য ঘূৰি আহিছে।

তেলীয়া ছালৰ সমস্যা আৰু বয়সৰৰেখা কম কৰিবলৈ ২ চামুচ শসাৰ ৰস ১ চামুচ মুলতানি মিটি আৰু গোলাপ পানীৰ লগত মিহলাই খাব লাগে। এই পেকটো মুখত লগাই ৩০ মিনিট অপেক্ষা কৰি শুকাই গ’লে ধুই পেলাওক। ই ৰ’দত পোৰা দাগ অতি সোনকালে হ্ৰাস কৰে আৰু ছাল লৰচৰ হোৱাত সহায় কৰে।

দামী প্ৰসাধন সামগ্ৰীৰ ভিৰত তিঁয়হ দৰে প্ৰাকৃতিক উপাদানবোৰ আমি ব্যৱহাৰ নকৰো। ই আপোনাৰ ছালৰ বাবে বহুত বেছি সুৰক্ষিত আৰু উপকাৰী। কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ প্ৰাকৃতিক উজ্জ্বলতা পাবলৈ আজিয়েই এই তিঁয়হৰ ফেচ পেক ব্যৱহাৰ আৰম্ভ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
Next Post
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ 'মণি বৌ' খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.