• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী; অসমসহ ১৫ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী; অসমসহ ১৫ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

7 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

8 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

9 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

10 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

10 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

11 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

11 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

13 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

13 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী; অসমসহ ১৫ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

editor by editor
September 23, 2024
in অসম, উত্তৰ-পূব, ভাৰত
0
ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী; অসমসহ ১৫ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী; অসমসহ ১৫ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

আহিন মাহ পৰাৰ পাছতো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। অসমৰ লগতে দেশৰ কেইবাখনো ঠাইত এতিয়াও গৰম হ্ৰাস হোৱাৰ নাম নাই। কিন্তু তাৰ মাজতে বংগোপসাগৰত গঠন হোৱা নতুন ঘূৰ্ণীবতাহৰ পৰিসঞ্চালনৰ বাবে তীব্ৰ ঘূৰ্ণীবতাহৰ সৃষ্টি হ’ব আৰু সমগ্ৰ দেশতে আকৌ এবাৰ প্ৰবল বৰষুণ হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগে অহা সপ্তাহত উত্তৰ ভাৰত আৰু উত্তৰ পূৱ ভাৰতৰ বহু ৰাজ্যত প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। আজিও বতৰ বিজ্ঞান বিভাগে অসম সহ দেশৰ ১৫খন ৰাজ্যত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী দিছে। এই ৰাজ্য কেইখন কেৰালা, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, দিল্লী, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ওড়িশা আৰু গোৱাত ধাৰাসাৰ বৰষুণ হব।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ২ দিনত বৰষুণৰ কোনো সম্ভাৱনা নাই যদিও ২৫ তাৰিখৰ নিশাৰ পৰা বতৰ সলনি হ’ব। ইয়াৰ পিছত ভাল বৰষুণৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamHeavy RainIMDnorth-eastrainStromweather
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
কাঢ়া নিৰ্দেশ, মোবাইলতো ৰাখিব নোৱাৰিব তেনে ভিডিঅ’, প’স্কো আইনৰ আধাৰত গুৰুতৰ অপৰাধ

কাঢ়া নিৰ্দেশ, মোবাইলতো ৰাখিব নোৱাৰিব তেনে ভিডিঅ', প'স্কো আইনৰ আধাৰত গুৰুতৰ অপৰাধ

‘অৰবিন্দ কেজৰিৱালেই শীৰ্ষ নেতা’, কাষত খালী আসন থৈ আতিশীয়ে ল’লে দিল্লীৰ শাসনভাৰ

'অৰবিন্দ কেজৰিৱালেই শীৰ্ষ নেতা', কাষত খালী আসন থৈ আতিশীয়ে ল'লে দিল্লীৰ শাসনভাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.