• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

2 years ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

9 minutes ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

27 minutes ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

52 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

1 hour ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

3 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

6 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

editor by editor
May 26, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত
0
SHARES
380
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

দেওবাৰে অৰ্থাৎ আজি পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলত আঘাত হানিব ‘ৰেমাল’ ঘূৰ্ণীবতাহ ধুমুহাই। এই ঘূৰ্ণীবতাহ বাবে সুৰক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিষয়াসকলে। কলকাতা বিমানবন্দৰৰ কাম-কাজ ইতিমধ্যে স্থগিত ৰখাৰ নিৰ্দেশ। এই ধুমুহাৰ বাবে বংগ আৰু উত্তৰ ওড়িশাত অত্যন্ত প্ৰবল বৰষুণৰ সৈতে ঘণ্টাত ১৩০ কিলোমিটাৰ বেগত বতাহ বলি আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কলকাতা, হাওৰা, পূব মিদনাপুৰকে ধৰি পশ্চিম বংগৰ বহু জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। উপকূলত খুন্দা মৰা ঘূৰ্ণীবতাহ ধুমুহা ‘ৰেমাল’ৰ ফলত পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত ১.৫ মিটাৰ পৰ্যন্ত ওখ ঢৌৰ সৃষ্টি হ’ব পাৰে।

দক্ষিণ ২৪ পৰগনাছৰ প্ৰশাসনৰ ফালৰ পৰা প্ৰস্তুতিৰ সন্দৰ্ভত কয় যে, ইতিমধ্যে নিম্ন আৰু স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰা হৈছে। প্ৰথম অৱস্থাত পৰিকল্পনা অনুসৰি নিম্নসমতলীয় স্থানৰ পৰা প্ৰায় ৮,০০০-১০,০০০ লোকক সুৰক্ষাজনিত কাৰণত আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে।

ইয়াৰ বাহিৰেও আজি বিয়লিৰ পৰা ২১ ঘণ্টাৰ বাবে কলকাতা বিমানবন্দৰৰ পৰা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। এই সময়ছোৱাত ৩৯৪খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হ’ব।

একে সময়তে সাধাৰণতে কলকাতা আৰু হাওৰাৰ আশে-পাশে থকা জিলাৰ সৈতে সংযোগ কৰা ছিলডা আৰু হাওৰা দুয়োটা সংমণ্ডলৰ বহু স্থানীয় ৰে’লো বাতিল কৰা হৈছে। আজি সন্ধিয়াৰ পৰা ১২ ঘণ্টাৰ বাবে সকলো কাৰ্গো আৰু কণ্টেইনাৰ হেণ্ডলিং কাম বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamcyclonenorth-eastRemalremal Cyclone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

April 6, 2026
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে
জীৱনশৈলী

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন