• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীয়াই আছেনে DON?  ডাউদৰ খবৰ BREAK কৰা মহিলা সংবাদিকগৰাকীয়ে কি কয়…

জীয়াই আছেনে DON? ডাউদৰ খবৰ BREAK কৰা মহিলা সংবাদিকগৰাকীয়ে কি কয়…

3 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

1 hour ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

2 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

3 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

3 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

4 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

4 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

5 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

6 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

6 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

7 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জীয়াই আছেনে DON? ডাউদৰ খবৰ BREAK কৰা মহিলা সংবাদিকগৰাকীয়ে কি কয়…

ডাউদক বিহ পাণ কৰোৱাৰ খবৰ প্ৰথমে লাভ কৰিছিল এগৰাকী পাকিস্তানী মহিলা সাংবাদিকে

editor by editor
December 18, 2023
in অপৰাধ
0
জীয়াই আছেনে DON?  ডাউদৰ খবৰ BREAK কৰা মহিলা সংবাদিকগৰাকীয়ে কি কয়…
0
SHARES
14.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ডাউদ ইব্ৰাহিমৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ সংকটজনক। কাৰাচীৰ এখন হস্পাতালত মৃত্যুৰ ক্ষণ গণা বুলি সৰ্বত্ৰে বাতৰি প্ৰচাৰ হৈছে। ডাউদৰ এই খবৰৰ মাজতে চৰ্চিত হৈছে ইয়াৰ সৈতে জড়িত আন এক খবৰ। ডাউদ ইব্ৰাহিমক বিহ পাণ কৰোৱাৰ খবৰ প্ৰথমে কোন সাংবাদিকে লাভ কৰিছিল! কোন সাংবাদিকে প্ৰথমে বাতৰি পৰিৱেশন কৰিছিল যে, ডাউদ ইব্ৰাহিমক বিহ পাণ কৰোৱা হৈছে!

ডাউদক বিহ পাণ কৰোৱাৰ খবৰ প্ৰথমে লাভ কৰিছিল এগৰাকী পাকিস্তানী মহিলা সাংবাদিকে। আৰু সেই মহিলা সংবাদিকগৰাকীয়ে খবৰ পৰিৱেশন কৰাৰ পাছতেই সমগ্ৰ বিশ্বই লাভ কৰিছিল ডাউদৰ খবৰ। অতিকৈ নিৰ্ভীক আৰু স্পষ্টবাদী পাকিস্তানৰ সেই মহিলা সাংবাদিকগৰাকী হৈছে আৰজু কাজমী। পোনপ্ৰথমে আৰজু কাজমীয়ে ডাউদৰ এই খবৰটো পৰিৱেশন কৰাৰ পাছতে বিজুলী বেগেৰে সমগ্ৰ বিশ্বত বিয়পি পৰিছিল ডাউদৰ স্বাস্থ্যৰ অৱনতিৰ কথা।

পূৰ্বৰে পৰাই মধুমেহৰ লগতে অন্যান্য বহু ৰোগত আক্ৰান্ত ডাউদক হস্পাতালত ভৰ্তি হৈ থকাৰ খবৰো পাইছিল পাক সাংবাদিকগৰাকীয়ে। হস্পাতালৰ বিচনাতে কোনোৱে বিহ খুৱাই দিয়াৰ পাছত ডাউদৰ স্বাস্থ্য অধিক অৱনতি ঘটিছিল। এই সকলোবোৰ খবৰ পুংখানুপুংখভাৱে পৰিৱেশন কৰিছিল সাংবাদিক আৰজু কাজমীয়ে। এক ভিডিঅযোগে আৰজু কাজমীয়ে এই সকলোবোৰ কথাৰ সৈতে অন্য এক গুৰুত্বপূৰ্ণ প্ৰসংগও চৰ্চালৈ আনিছে।

আৰজু কাজমীয়ে বাতৰিটোত উল্লেখ কৰিছে যে, ডাউদ বৰ্তমান হস্পাতালত আছেনে নাই, তাৰ সঠিক তথ্য কাৰোৰে হাতত নাই। আৰু কোনোবাই যদি এই তথ্য উদঘাটন কৰিবলৈ যায় তাৰো বিপদ অনিবাৰ্য। সংবাদিকগৰাকীয়ে লগতে কয় যে, পাকিস্তানত ইতিমধ্যে ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। গুগলৰ পৰা আদি কৰি কোনো ছচিয়েল মিডিয়াৰ প্লেটফৰ্ম অচল হৈ পৰিছে পাকিস্তানত। গতিকে এনে পৰিৱেশত সকলোবোৰ খবৰ ধূসৰ হৈ পৰিছে।

পাক সাংবাদিকগৰাকীয়ে তেওঁৰ সমগ্ৰ কথা-বতৰাত এটা কথা সঘনাই উল্লেখ কৰিছে যে, ডাউদৰ ক্ষেত্ৰত কিবা অঘটনো ঘটিব পাৰে। এই অঘটনৰ কথা স্পষ্টকৈ নকলেও কোনো কোনোৱে সন্দেহ প্ৰকাশ কৰিছে যে, ডাউদৰ স্বাস্থ্যক লৈ পাকিস্তানে বহু কথাই লুকুৱাব বিচাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
Next Post
ধনী হৈছে অসম কংগ্ৰেছঃ  টিকটৰ আবেদনৰ নামত এতিয়ালৈকে সংগ্ৰহ ৪৫লাখ টকা…

ধনী হৈছে অসম কংগ্ৰেছঃ টিকটৰ আবেদনৰ নামত এতিয়ালৈকে সংগ্ৰহ ৪৫লাখ টকা...

ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা…

ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.