• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা…

ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা…

2 years ago
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

8 hours ago
Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

9 hours ago
সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

10 hours ago
গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

11 hours ago
বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

11 hours ago
ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

12 hours ago
পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

13 hours ago
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

13 hours ago
আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

14 hours ago
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা…

মাতৃৰ দৰেই কন্যা ৰাশা টেণ্ডনো অচিৰেই ছবিজগতত প্ৰৱেশ কৰিব

editor by editor
December 18, 2023
in বিনোদন
0
ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা…
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ৯০দশকৰ বলিউদৰ মোহময়ী অভিনেত্ৰীসকলৰ ভিতৰত ৰবীনা টেণ্ডন অন্যতম। ৯০দশকত বহু চুপাৰ হিট চিনেমা দৰ্শকক উপহাৰ দিয়া ৰবীনা টেণ্ডনৰ সৌন্দৰ্য আজিও ম্লান পৰা নাই। ৪৮বছৰীয়া অভিনেত্ৰীগৰাকীয়ে আজিও ঘৰ-সংসাৰৰ সমান্তৰালভাৱে চলাই গৈছে কেৰিয়াৰ। শেহতীয়াকৈ বহুকেইখন হিন্দী ছবিত দেখা গৈছে অভিনেত্ৰীগৰাকীক।

EXCLUSIVE: Rasha Thadani credits mom Raveena Tandon for inspiring her to  get into wildlife photography | Bollywood - Hindustan Times

মাজতে কিছু সময় ঘৰ আৰু সংসাৰত সময় দিয়াৰ বাবে কামৰ পৰা বিৰতি লোৱা ৰবীনাৰ আছে এগৰাকী কন্যা সন্তান। মাতৃৰ দৰেই কন্যা ৰাশা টেণ্ডনো অচিৰেই ছবিজগতত প্ৰৱেশ কৰিব। সৌন্দৰ্যৰ দিশৰ পৰা বলিউদৰ বহু মোহময়ী অভিনেত্ৰীক চেৰ পেলাব ৰবীনাৰ দুহিতাই।

बॉलीवुड डेब्यू करेगी रवीना टंडन की बेटी, हीरो बनेगा अजय देवगन का भांजा -  Raveena tandon daughter rasha tandon to debut with ajay devgn nephew aaman  devgan abhishek kapoor action film tmovp

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমান ১৮বছৰীয়া ৰাশা টেণ্ডন এক বিশেষ ছবিৰ প্ৰকল্পত জড়িত হৈ আছে। মাতৃ ৰবীনা টেণ্ডনে কন্যা ৰাশাক সদায়েই আত্মনিৰ্ভৰশীল হবলৈ উতসাহিত কৰা বুলি সংবাদমাধ্যমৰ সন্মুখত জনায়। ৰবীনাই লগতে কয় যে, যদিহে ছবি উদ্যোগত মোৰ কন্যা সফল হব নোৱাৰে তেন্তে ব্যৱসায় কৰিলেও মই সুখী হম।

Raveena Tandon daughter Rasha Thadani shared 'charming look' see photos here

ৰবীনাৰ দুহিতা ৰাশা টেণ্ডনে বহু কেইটা আন্তৰাষ্ট্ৰীয় ফেশ্বন শ্বটো ইতিমধ্যে কাম কৰি সফলতা বুটলিছে। সামাজিক মাধ্যমতো খুবেই সক্ৰিয় ৰবীনাৰ কন্যা। বৰ্তমান ইনষ্টাগ্ৰামত ৰাশা টেণ্ডনৰ আছে ৯লাখৰো অধিক অনুৰাগী। ২০০৫চনৰ ১৬মাৰ্চত জন্মগ্ৰহণ কৰা ৰাশা টেণ্ডন মুম্বাইৰ লগতে লণ্ডনতো শিক্ষা গ্ৰহণ কৰিছিল।

Raveena Tandon Daughter Rasha Thadani Photos Looks Very Beautiful At 17 |  Rasha Thadani: 17 साल की राशा के आगे नहीं टिकती हैं बड़ी-बड़ी अभिनेत्रियां,  रवीना टंडन की बेटी हैं बेहद ...

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱক পছন্দ নহ’ল এইকেইগৰাকী ক্ৰিকেটাৰৰ, পাতিলে বান্ধৱীৰ সৈতে বিয়া!
বিনোদন

যুৱক পছন্দ নহ’ল এইকেইগৰাকী ক্ৰিকেটাৰৰ, পাতিলে বান্ধৱীৰ সৈতে বিয়া!

May 11, 2026
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম
বিনোদন

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

May 10, 2026
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

May 9, 2026
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী
বিনোদন

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

May 8, 2026
Next Post
মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে…VIDEO

মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে...VIDEO

IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা…

IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.