• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনী হৈছে অসম কংগ্ৰেছঃ  টিকটৰ আবেদনৰ নামত এতিয়ালৈকে সংগ্ৰহ ৪৫লাখ টকা…

ধনী হৈছে অসম কংগ্ৰেছঃ টিকটৰ আবেদনৰ নামত এতিয়ালৈকে সংগ্ৰহ ৪৫লাখ টকা…

2 years ago
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

18 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

3 hours ago
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

4 hours ago
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

5 hours ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

6 hours ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

7 hours ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

7 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

8 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

9 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

10 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধনী হৈছে অসম কংগ্ৰেছঃ টিকটৰ আবেদনৰ নামত এতিয়ালৈকে সংগ্ৰহ ৪৫লাখ টকা…

লখিমপুৰত ৰাণী নৰহ আৰু ৰণজিতা পেগুয়ে বিচাৰিছে টিকট

editor by editor
December 18, 2023
in অসম
0
ধনী হৈছে অসম কংগ্ৰেছঃ  টিকটৰ আবেদনৰ নামত এতিয়ালৈকে সংগ্ৰহ ৪৫লাখ টকা…
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ এতিয়া উদুলি-মুদুলি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পদুলি। প্ৰায় দুকুৰিৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিছে। সোমবাৰৰ লৈকে ১৪ সমষ্টিৰ বাবে বৰ্তমানলৈ মুঠ ৪৫ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে। কেৱল সোমবাৰৰ দিনটোতে ২৫গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে ৰাজীৱ ভৱনত।

ইতিমধ্যে আবেদন দাখিল কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে আবদনৰ সৈতে জমা দিছে ১লাখকৈ টকা। টিকটৰ আবেদনকাৰী পৰাই সোমবাৰৰ লৈকে কংগ্ৰেছে সংগ্ৰহ কৰিছে প্ৰায় ৪৫লাখ টকা। লোকসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ বাবে সোমবাৰৰ দিনটোত আবেদন দাখিল কৰা ব্যক্তি সকল হৈছে-

১. ৰনজিতা পেগু-লখিমপুৰ
২. আব্দুল হাই নাগৰি- ধুবুৰী
৩.আনোৱাৰ হুছেইন লস্কৰ-কৰিমগঞ্জ
৪.আব্দুল চালেহ নাজিমুদ্দিন – কৰিমগঞ্জ
৫. বিনয় কৃষ্ণ দাস- শিলচৰ
৬.অশোক বৈদ্য- শিলচৰ
৭. আব্দুচ চাবুৰ তপাদাৰ- কৰিমগঞ্জ
৮.নৈঋতা জয় শুক্লা-শিলচৰ
৯.সৌম্য কান্তি পুৰকায়স্থ-শিলচৰ
১০. বনশ্ৰী গগৈ- যোৰহাট
১১.হেমন্ত বিজয় মহন্ত- শোণিতপুৰ
১২. ৰীতা ডেকা-বৰপেটা
১৩. ঋতুৰাজ কোঁৱৰ- যোৰহাট
১৪. বেণুধৰ নাথ- শোণিতপুৰ
১৫. ৰুমা দেৱী- যোৰহাট
১৬. ৰাণী নৰহ – লখিমপুৰ
১৭. আব্দুল খালেক
১৮. ডাঃ মতিউৰ ৰহমান মণ্ডল- ধুবুৰী
১৯. প্ৰেমলাল গুঞ্জু- শোণিতপুৰ
২০. ৰাতুল কলিতা- বৰপেটা
২১. গর্জন মুছাহাৰী- কোকৰাঝাৰ
২২. ৰাম প্ৰসাদ শৰ্মা- শোণিতপুৰ
২২- ৰমেন বৰঠাকুৰ- গুৱাহাটী
২৩. ৰমেন বৰঠাকুৰ- দৰং ওদালগুৰি
২৪. ডঃ চামছুৰ ৰহমান লস্কৰ- কৰিমগঞ্জ
২৫.নুৰুল ছফিকুল ৱাজিদ- ধুবুৰী

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

June 13, 2026
Next Post
ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা…

ইমান ধুনীয়া ৰবীনাৰ দুহিতাঃ বলিউদৰ কেটৰীণা, দিপীকা, আলিয়াইও নাপাব পাত্তা...

মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে…VIDEO

মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে...VIDEO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.