• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি… দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি… দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

13 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

13 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

14 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

14 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

15 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

15 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

15 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

16 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

16 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

16 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

17 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি… দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

editor by editor
November 17, 2022
in অপৰাধ
0
১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি… দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?
0
SHARES
510
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৯৯৫ চনৰ ২ জুলাই। স্থানো দিল্লীয়েই। ৰেষ্টুৰেন্ট খনৰ পৰা বেলেগ ধৰণৰ গোন্ধ ওলাইছিল। পেট্ৰলিংত থকা পুলিছে বিছাৰি গৈ পালে যে মহিলাৰ এগৰাকীৰ দেহৰ অংগৰ ‘তন্দুৰী’ৰ দৰে পুৰি থকা হৈছিল।

সেই মহিলাগৰাকী কোন আছিল জানেনে?

সেই সময়ৰ এটা ৰাজনৈতিক দলৰ যুৱনেতা “সুনীল শৰ্মা” ৰ পত্নীৰ মাংসৰ টুকুৰা আছিল সেয়া। পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত শৰ্মাই গুলিয়াই হত্যা কৰিছিল পত্নীক। তাৰ পিছত তেওঁৰ বন্ধুৰ ৰেষ্টুৰেন্টত পত্নীৰ দেহৰ টুকুৰাবোৰৰ তন্দুৰী বনাই খোৱাৰ যো-জা। এই ঘটনাৰ বিচাৰ চলিল। হত্যাকাণ্ডটোৰ বাবে ফাঁচিৰ হুকুম হৈছিল যদিও উচ্চতম ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

এই case টোকেই ভাৰতৰ কুখ্যাত ‘তন্দুৰী কেছ’ বুলি অভিহিত কৰা হয়।

আকৌ সেই একেই স্থান দিল্লী। ‘প্ৰীতি শৰ্মা’ য়ে নিজৰ live-in partner ‘ফিৰোজ’ ৰ ডিঙি কাটি হত্যা কৰে।

২০২২ তেই  দিল্লীতেই পুনৰাবৃত্তি হ’ল নৃশংস হত্যাকাণ্ডৰ ঘটনা। বৰ্তমান Trending ত থকা নৃশংস ঘটনাটোত প্ৰেয়সীক ৩৫ টা টুকুৰা কৰিছে প্ৰেমিকে। কিমান উত্ৰাৱল হ’লে এনেকুৱা ভয়ংকৰ বিভৎস কাম কৰিব পাৰে!

শ্ৰদ্ধাৰ হত্যাকাৰী ‘আফতাব পুনাৱালা’ৰ মৃত্যুদণ্ড হ’বনে? নে “সুনীল শৰ্মা” ৰ দৰে হ’ব! সেই বিষয়টোক লৈয়ো সামাজিক মাধ্যমত বহুতেই প্ৰশ্ন কৰিছে। এনেকুৱা হাজাৰটা ঘটনা আদালতৰ ফাইলত বন্দী হৈ আছে।

1995 ৰ পৰা 2022 লৈ সলনি হৈছে নে আমাৰ সমাজ? একাংশ বিশ্লেষকে কৈছে নাই, একো সলনিয়েই হোৱা নাই। এই সকলো ঘটনাৰ এটাই common point আছে বুলি দাবী কৰিছে নেটিজেনে। নেটিজেনৰ মত,’প্ৰেমৰ নামত অভিনয়’।

দেশত পঞ্জীকৰণ হোৱা বিবাহসমূহৰ ভিতৰত হিংসাৰ কেছৰ হাৰেই ৩৪%। বিবাহিত প্ৰত্যেক ১০০ গৰাকী মহিলাৰ ৩৪ গৰাকীয়ে বিয়াৰ পিছত শাৰিৰীক মানসিক নিৰ্যাতনৰ সন্মুখীন হয়। বাকী Registrar নোহোৱা কেছৰ হিচাপ নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
Next Post
গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

'হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী', হাৰ্টথ্ৰ'বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.