• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

2 years ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

2 minutes ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

19 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

41 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

1 hour ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

editor by editor
March 17, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা

দেৰগাঁও আৰক্ষী থানাত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি৷ অভিযোগ দিবলৈ অহা ভুক্তভোগীক বাধা আৰক্ষী পত্নীৰ৷ থানা চৌহদতে ভুক্তভোগী পৰিয়ালক টনা-আজোৰা আৰক্ষী পত্নীৰ।

থানাখনৰ আৰক্ষী বিষয়া কিৰণ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি এগৰাকী কিশোৰীৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষী বিষয়াগৰাকীৰ ঘৰত বনকৰা ছোৱালী হিচাপে বাস কৰিছিল অভিযোগ উত্থাপন কৰা কিশোৰীগৰাকীয়ে। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ আছে কিৰণ নাথ।

কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে বহুদিনৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল।

কিন্তু দাবি ধমকি দি মনে মনে ৰাখিছিল কিশোৰীগৰাকীক। অৱশেষত শুকুৰবাৰে নিশা কিশোৰীগৰাকী ঘৰলৈ উভতি আহে যদিও পুনৰ আৰক্ষী বিষয়াগৰাকীয়ে দাবি-ভাবুকি দি পুনৰ বিষয়াগৰাকীৰ ঘৰলৈ লৈ যায়।

যাৰ পাছতে শনিবাৰে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ লগতে চুবুৰীয়াৰ আগতো প্ৰকাশ কৰে। লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি। পৰিয়ালৰ লোক আৰু গাঁৱৰ লোক মিলিত হৈ থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যাওতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে হাহাকাৰ কৰি উঠে।

লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক থানাৰ ভিতৰত প্ৰৱেশত বাধা দি গোচৰ নতৰিবলৈ টনা-আজোৰা কৰে, যাৰ ফলত আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। শেষত কোনোমতে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে ভুক্তভোগী পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policedergaonDergaon Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

পূৰণ হ'ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ’বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

ৰিলিজ নহওঁতেই ৰেকৰ্ড, সত্য কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হ'বলৈ লাগিল ৯ বছৰ, এতিয়া ৫টা ভাষাত পাব মুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.