প্ৰেমেই কাল হ’ল এগৰাকী প্ৰেমিকাৰ। প্ৰেমিকাক মাতি নি বিদ্যুতৰ খুঁটাত বান্ধি নিৰ্যাতন। অন্তঃসত্ত্বা প্ৰেমিকাক গৰ্ভপাত কৰিবলৈও ভাবুকি।