মাটিত পোত যোৱা ঘৰ এটা কেনেকৈ দাঙিব? চিন্তা নাই, এতিয়া অসমতো উপলব্ধ নতুন প্ৰযুক্তি। ডিব্ৰুগড়ত দাঙি দিলে জলসম্পদৰ বঙলা।