• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

4 years ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

15 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

48 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

editor by editor
March 4, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!
0
SHARES
660
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা ভাৰতে কূটনৈতিকভাৱে সংকটত পৰা দেখা গৈছে৷ নতুন দিল্লীৰ অৱস্থা ন যযৌ ন তস্থৌ হৈছে৷ এই মন্তব্য দেশৰ কূটনৈতিক বিশেষজ্ঞসকলৰ৷ যাৰ ফলত আমেৰিকাৰপৰা ভাৰতে অৰ্থনৈতিক নিষেধাজ্ঞা সন্মুখীন হোৱাৰো এক অৱস্থাৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি যুদ্ধ সূচনা কৰাৰ পিছতে বিশ্বৰ অধিকাংশ দেশেই মুকলিকৈ যুদ্ধৰ বিৰোধিতা কৰিছে৷ আনকি আমেৰিকাই ৰাছিয়াক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰা গৰিহণা প্ৰস্তাৱত বিশ্বৰ অধিকাংশ দেশেই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিছে৷ কিন্তু চীনসহ ভাৰতে বাৰে বাৰে ভোটদানৰ পৰা বিৰত আছে৷ ইয়াৰ কাৰণ হিচাপে কূটনৈতিক বিশেষজ্ঞসকলে ভাৰতৰ দুই নাৱত দুই ভৰি অৱস্থাটোকে চিহ্ণিত কৰিছে৷

সাম্প্ৰতিক বিশ্ব ৰাজনৈতিক পৰিস্থিতিৰ বাবেই ভাৰতে ৰাছিয়াক বিৰোধিতা নকৰাকৈ থকা নাই, ভাৰতে ৰাছিয়াক মুকলিকৈ বিৰোধিতা নকৰাৰ বহুকেইটা কাৰণৰ ভিতৰত শীতল যুদ্ধ আৰু তৎজনিত পৰিস্থিতিত উৎপত্তি হোৱা বিশ্বৰ ৰাজনৈতিক পৰিস্থিতি আৰু ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ৰাছিয়াই ভাৰতক কৰা সহযোগিতাও আছে৷

লগতে পঢ়ক দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

ইয়াৰ ভিতৰত কাশ্মীৰ প্ৰসংগটোও আছে৷ ভাৰতৰ বিবদামান কাশ্মীৰৰ সমস্যাটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘত ৰাছিয়াই ভাৰতক সম্পূৰ্ণ সমৰ্থন কৰিছিল৷ উল্লেখ্য যে ২০১৯-২০ চনত চীনে ৰাষ্ট্ৰসংঘত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰিলেও ৰাছিয়াই চীনৰ পক্ষে ন’লৈ ভাৰতৰ পক্ষত থিয় দিছিল৷

ইফালে ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিকভাৱে নিৰ্ভৰশীল ৰাষ্ট্ৰখনেই হৈছে ৰাছিয়া৷ ভাৰতে ৰাছিয়াৰ পৰাই সৰ্বাধিক যুদ্ধাস্ত্ৰ, যুদ্ধ বিমান ক্ৰয় কৰিছে৷ অৰ্থাৎ ভাৰতৰ বাবে সৰ্বাধিক অস্ত্ৰ সৰবৰাহ কৰা ৰাষ্ট্ৰখন হৈছে ৰাছিয়া৷ বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা চাৰিটা এছ ৪০০ যুদ্ধাস্ত্ৰ সংগ্ৰহ কৰিবলৈ আছে৷

ৰাছিয়াৰ বিৰুদ্ধে গৈ ভাৰতে ৰাছিয়াৰ সৈতে থকা প্ৰতিৰক্ষা চুক্তিসমূহ উলংঘন কৰিব খোজা নাই৷ ভাৰতৰ বাবে এনে এখন বিশ্বস্ত আৰু নিৰ্ভৰশীল ৰাষ্ট্ৰৰ সৈতে থকা সকলো ধৰণৰ দ্বিপাক্ষিক সম্পৰ্ক ভাৰতে কূটনৈতিক কাৰণতে নষ্ট কৰিব খোজা নাই৷ ৰাছিয়াৰ ওপৰত প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত নিৰ্ভৰশীল ভাৰতে এই সময়ত কৰা এটা ভুলৰ আচিলা লৈ ৰাছিয়াই প্ৰতিৰক্ষা সঁজুলিসমূহৰ মূল্য বৃদ্ধি কৰি ভাৰতৰ ওপৰত প্ৰতিশোধো ল’ব পাৰে৷

লগতে পঢ়ক সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

আনহাতে, অন্য এটা কাৰণ হৈছে চীন ভাৰতৰ সংঘাত৷ চীনেই ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই উত্থাপন কৰা গৰিহণা প্ৰস্তাৱত ভোটদান নকৰাই নহয়, চীনে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক মুকলিকৈ সমৰ্থনো কৰিছে৷ অৰ্থাৎ যুদ্ধৰ আচিলাৰে ৰাছিয়াৰ সৈতে চীনৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাটো ভাৰতৰ বাবে কেৱল কূটনৈতিকভাৱেই বিপদজনক নহয়, ইয়ে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সুৰক্ষাকো বিঘ্নিত কৰিব৷

স্মৰ্তব্য যে যোৱা দুটামান বৰ্ষৰ ভিতৰত কাশ্মীৰৰ লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত চীনে ভাৰতৰ সৈতে বিবাদত লিপ্ত হৈ আহিছে৷ চীনে এই সুযোগতে ৰাছিয়াৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰি ভাৰতৰ সীমান্ত নিৰাপত্তাৰ দিশটোক অস্থিৰ কৰি তুলিব পাৰে৷

এইবোৰ কাৰণতে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান ল’বলৈ সাহস কৰা নাই৷ ইফালে ৰাছিয়াক মুকলিকৈ বিৰোধিতা নকৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বিঘ্নিত হ’ব বুলিও কূটনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ ইয়াৰ বাবে ভাৰতে আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰো সন্মুখীন হ’ব পাৰে বুলি কূটনৈতিক বিশেজ্ঞসকলে আংশকা কৰিছে৷ অৰ্থাৎ এইদৰেই দুয়োকুল ৰক্ষা কৰিবলৈ গৈ বিপদ পৰিব পাৰে ভাৰতে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamchinaindiaRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.