• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

11 months ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

1 hour ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

1 hour ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

2 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

4 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

6 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

7 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

7 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

editor by editor
April 22, 2025
in জীৱনশৈলী, লেখা
0
মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বজৰংবলী হৈছে শ্ৰীৰামচন্দ্ৰৰ শ্ৰেষ্ঠ ভক্ত৷ তেওঁ পুৰাণত বৰ্ণিত সপ্ত চিৰঞ্জীৱীৰ ভিতৰত অন্যতম৷ ৰামৰ আশীৰ্বাদত অমৰত্ব লাভ কৰিছিল বজৰংবলীয়ে৷ কলিযুগত তেওঁকেই একমাত্ৰ জাগ্ৰত দেৱতা বুলিও ধৰা হয়৷ মঙ্গলবাৰ হৈছে বজৰংবলীৰ দিন৷ এইদিনটোত কেইটামান বিশেষ কাম কৰিলে সংকটমোচন হনুমানৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ জানি থওক মঙ্গলবাৰে হনুমানক কেনেকৈ তুষ্ট কৰিব৷

৪০ টা মঙ্গলবাৰে এই কাম কৰক

১০৮টা তুলসী পাতত ৰামনাম লিখক৷ তাৰপাছতেই বজৰংবলীৰ ডিঙিত এই তুলসী পাতৰ মালা পিন্ধাই দিয়ক৷ ৪০ টা মঙ্গলবাৰে এই কাম কৰি থাকক৷ সমস্ত বিপদৰ পৰা মুক্তি পাব আপুনি৷

বুন্দিয়াৰ ভোগ নিবেদন

বুন্দিয়া অত্যন্ত প্ৰিয় বজৰংবলীৰ৷ প্ৰতি মঙ্গলবাৰে তেওঁক বুন্দিয়াৰ ভোগ নিবেদন কৰক৷ পূজাৰ পাছত এই প্ৰসাদ শিশুৰ মাজত বিতৰণ কৰক৷ ইয়াৰ ফলত নিগেটিভ এনাৰ্জি কাটি জীৱনলৈ সুখ, শান্তি আৰু সাফল্য আহিব৷

ৰঙা সুঁতা ধাৰণ

মঙ্গলবাৰে পুৱাই স্নান কৰি ৰঙা বা গেৰুৱা ৰঙৰ পৰিষ্কাৰ কাপোৰ পিন্ধক৷ হনুমান মন্দিৰত গৈ ৰঙা সুঁতা নিবেদন কৰক৷ মঙ্গলবাৰে এই কাম কৰা অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ ইয়াৰ ফলত আপোনাৰ কামৰ পথৰ বাধা দূৰ হ’ব৷

হনুমান গায়ত্ৰী মন্ত্ৰ পাঠ

হনুমান গায়ত্ৰী মন্ত্ৰ ওম অঞ্জনায়ে বিদমাহে বায়ুপুত্ৰাহে ধীমাহি তন্নো হনুমত প্ৰচোদয়ৎ জপ কৰক মঙ্গলবাৰে৷ এই এটা মন্ত্ৰ জপ কৰিলে আপুনি জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ মানসিক শান্তি আৰু আত্মবিশ্বাস বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

‘মই কেতিয়াও টপাৰ হোৱাৰ কথা ভবা নাছিলো!’ লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থানত উজ্বলি উঠিল শক্তি ডুবেই

'মই কেতিয়াও টপাৰ হোৱাৰ কথা ভবা নাছিলো!' লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থানত উজ্বলি উঠিল শক্তি ডুবেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.