• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ

শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ

2 years ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

15 minutes ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

51 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 hour ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

2 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

3 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

4 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

4 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

5 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ

শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ

editor by editor
July 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শাওনৰ প্ৰতি সাত দিনত কৰক এইকেইটা কাম, সুখ-শান্তি নিশ্চিত আপোনাৰ
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাওন মাহত শিৱৰ আৰাধনা কৰিলে বিশেষ ফল লাভ কৰে ভক্তই৷ এই মাহত পূজাৰ্চনা, নানান বিধি পালন কৰিলে ব্যক্তিয়ে বহুগুণ অধিক ফল পায়৷ শিৱ পুৰাণত মহাদেৱৰ মাহাত্ম্য বৰ্ণিত৷ এই পুৰাণ অনুসৰি শাওণ মাহৰ প্ৰতিটো দিনৰেই বিশেষ মাহাত্ম্য আছে৷ শাওন মাহৰ সোমবাৰৰ পৰা আৰম্ভ কৰি দেওবাৰ পৰ্যন্ত সপ্তাহৰ ৭দিন পৃথক পৃথক উপায় কৰিলে ধন-সম্পত্তি, আৰোগ্য আৰু সৌভাগ্য লাভ কৰা সম্ভৱ৷ শিৱ পুৰাণ অনুসৰি শাওন মাহৰ সপ্তাহৰ কোন দিনা কি কৰিলে শিৱৰ কৃপা লাভ কৰিব জানক সবিশেষ৷

শিৱ পুৰাণত বৰ্ণিত উপায়

১. শাওন মাহৰ দেওবাৰে সূৰ্যৰ উপাসনা কৰক৷ ইয়াৰোপৰি দেওবাৰে ব্ৰাহ্মণক দান দিয়াৰ বাবেও ভাল দিন৷ ইয়াৰ ফলত ব্যক্তিৰ সমস্ত পাপ মোছন হয় বুলি শিৱপুৰাণত উল্লেখ আছে৷

২. শাওনৰ সোমবাৰে শিৱৰ আৰাধনা কৰাৰ পাছত লক্ষ্মীৰ উপাসনা কৰক৷ এই দিনটোত ব্ৰাহ্মণসকলক ঘী-ৰে নিৰ্মিত ভোজন কৰাওক৷ শাওন মাহৰ প্ৰতি সোমবাৰে এই উপায় কৰা উচিত৷ ইয়াৰ ফলত ধন-সম্পত্তিৰ সুখ লাভ কৰিব পাৰে ব্যক্তিয়ে৷

৩. এই পবিত্ৰ মাহৰ মঙলবাৰে ৰোগমুক্তিৰ বাবে কালীৰ উপাসনা কৰক৷ ইয়াৰ ফলত ব্যক্তিয়ে ৰোগৰ পৰা উপসম পায়৷

৪. পৰিয়ালত সুখ শান্তি বৰ্তাই ৰখাৰ বাবে শাওন মাহৰ বুধবাৰে বিষ্ণুৰ উপাসনা কৰক৷ ব্ৰাহ্মণসকলক দৈ ৰে তৈয়াৰী খাদ্য খোৱাওক৷

৫. দীৰ্ঘায়ু লাভৰ আশাত শিৱৰ প্ৰিয় মাহৰ বৃহস্পতিবাৰে দেৱতাসকলক পুজা কৰক৷ ব্ৰাহ্মণসকলক বস্ত্ৰ দান কৰক৷ ইয়াৰোপৰি ঘীঁ মিহলোৱা পায়স আৰাধ্য দেৱতাৰ উদ্দেশ্যে দান কৰক৷

৬. শাওনৰ শুকুৰবাৰে দেৱতাসকলৰ পূজাৰ্চনা কৰি ব্ৰাহ্মণসকলক অন্নদান কৰক৷ মাতৃ, স্ত্ৰী, ভন্টী সকলকে পোছাক উপহাৰ দিব পাৰে৷ ইয়াৰ ফলত সুখ-সাধন বৃদ্ধি পায়৷

৭. শাওন মাহৰ শনিবাৰে ৰুদ্ৰৰ পুজা কৰক৷ এই পুজাত তিলৰ ব্যৱহাৰ কৰিবলৈ ভুলতো নাপাহৰিব৷ এই দিনটোত ব্ৰাহ্মণসকলক তিল মিহলোৱা ভোজন দান কৰক৷ ইয়াৰ ফলত দেৱতাসকল প্ৰসন্ন হ’ব আৰু শীঘ্ৰে আৰোগ্যৰ আশীৰ্বাদ দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
জীৱনশৈলী

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

February 21, 2026
Next Post
সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

সাধাৰণ জ্বৰ নে ডেঙ্গি, কেনেকৈ বুজিব? এইকেইটা লক্ষণ দেখিলেই সতৰ্ক হওক

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.