• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বাঢ়িব, এইবাৰ দেৱীয়ে আগমন কৰিব লগা বাহন কি?

ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বাঢ়িব, এইবাৰ দেৱীয়ে আগমন কৰিব লগা বাহন কি?

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

7 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

9 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

10 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

10 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

11 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

12 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

12 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

12 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

14 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

14 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বাঢ়িব, এইবাৰ দেৱীয়ে আগমন কৰিব লগা বাহন কি?

editor by editor
September 5, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বাঢ়িব, এইবাৰ দেৱীয়ে আগমন কৰিব লগা বাহন কি?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুৰ্গাপুজা। ২০ অক্টোবৰত মহাষষ্ঠী। ইয়াৰপাছতে ক্ৰমে ২১ অক্টোবৰত সপ্তমী, ২২ অক্টোবৰত অষ্টমী, ২৩ অক্টোবৰত নৱমী আৰু ২৪ অক্টোবৰত বিজয়া দশমী। সেইদিনাই মৰ্ত্যলোক এৰি পুত্ৰ-কন্যাসহ কৈলাশলৈ উভতি যাব দেৱী দুৰ্গা। ইতিমধ্যে বিভিন্নস্থানত বহু পুজা কমিটিয়ে আৰম্ভ কৰিছে মন্দিৰ সজাৰ যো-জা। কুমাৰসকলেও মূৰ্তী নিৰ্মাণৰ কাম ইতিমধ্যে হাতত ল’বলৈ আৰম্ভ কৰিছে।

১৪ অক্টোবৰত মহালয়া। মহালয়াৰ পৰাই দেৱীপক্ষ আৰম্ভ হয়। দুৰ্গাৰ আগমন আৰু প্ৰস্থানক লৈ বহু প্ৰবাদ আমাৰ সমাজত প্ৰচলিত হৈ আছে। দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ-কন্যাৰ নিজস্ব বাহন থাকিলেও মৰ্তলৈ আগমন আৰু প্ৰস্থানত সেই বাহন ব্যৱহাৰ নকৰে দেৱীয়ে। হিন্দুশাস্ত্ৰ অনুযায়ী, দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহনেই নিৰ্ণয় কৰে মৰ্তবাসীৰ বছৰটো কেনেদৰে যাব। প্ৰতিবছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহন নহয়। যদি কোনো দেৱীৰ আগমন আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে সেই কথাই অশুভ ইংগিত বহন কৰে। এই বৰ্ষত দেৱীৰ অহা-যোৱা বাহন একেখনেই। দেৱীৰ আগমনো ঘোঁৰাত আৰু প্ৰস্থানো ঘোঁৰাতেই হ’ব। ফলত আগন্তুত এবছৰ মৰ্তবাসীৰ মাজত অশুভ প্ৰভাৱ থাকিব।

পঞ্জিকা অনুসৰি পুজাৰ সপ্তমীত দেৱীৰ আগমন হয়। আৰু গমন হয় দশমীত। এই দুুই দিন সপ্তাহৰ কি কি বাৰ পৰে সেই বিষয়টোৰ ওপৰতেই নিৰ্ভৰ কৰে দেৱীৰ বাহন কি হ’ব। শাস্ত্ৰ অনুসৰি সপ্তমী, ৰবি আৰু সোমবাৰ হ’লে দেৱীৰ বাহন হয় গজ বা হাতী। সপ্তমী শনি বা মঙলবাৰ দৰে দেৱীৰ বাহন হয় ঘোঁৰা। সপ্তমী বৃহস্পতিবাৰ বা শুকুৰবাৰ হ’লে দেৱীৰ বাহন হয় দোলা বা পাল্কি। সপ্তমী বুধবাৰ হ’লে দেৱীৰ বাহন হয় নৌকা। একেদৰে দশমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন হয় গজ বা হাতী। দশমী শনিবাৰ বা মঙলবাৰ হ’লে দেৱীয়ে ঘোঁৰাত বিদায় লয়। দশমী বৃহস্পতিবাৰ বা শুকুৰবাৰ হ’লে দেৱীৰ গমন হয় দোলাত। আৰু দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত গমন কৰে।

এই বৰ্ষত ২১ অক্টোবৰত সপ্তমী। সপ্তমী পৰিছে শনিবাৰে। অৰ্থাৎ এইবাৰ দুৰ্গাৰ আগমন হ’ব ঘোঁৰাত। আগন্তুক ২৪ অক্টোবৰ মঙলবাৰে বিজয়া দশমী। মা দুৰ্গাই পুত্ৰ-কন্যাসহ কৈলাশলৈ উভতি যাব ঘোঁৰাৰ পিঠিতেই। শাস্ত্ৰমতে দুৰ্গা যদি ঘোঁৰাত যায় তেন্তে “ছত্র ভঙ্গ স্তুৰঙ্গমে” অৰ্থাৎ সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পাব। ইয়াৰ ফলত ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ মাজত যুদ্ধ চলিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ধ্বংস বা অস্থিৰতাই বিৰাজ কৰিব। এক কথাত ‘ছত্রভঙ্গম’।

উল্লেখ্য যে গজ অৰ্থাৎ হাতী দেৱীৰ উৎকৃষ্ট বাহন। দেৱীৰ আগমন বা গমন হাতীত হ’লে মৰ্ত্যলোক সুখ-শান্তি-সমৃদ্ধিৰে ভৰি পৰে। ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। পৰিশ্ৰমৰ সুফল পায় মৰ্তলোকৰ অধিবাসীগণে। অতিবৃষ্টি আৰু অনাবৃষ্টি নহয়, যিমান পৰিমানৰ বৰ্ষণৰ প্ৰয়োজন সিমানেই হয়। সপ্তমী বা দশমী যদি বৃহস্পতিবাৰ বা শুকুৰবাৰে হয় তেন্তে দেৱীৰ দোলাত আগমন হয়। ফলত “দোলায়াং মকৰং ভবৎ” অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ আৰু অতিমৃত্যুৰ লক্ষণ। দোলা বা পালকিত সূচিত হয় ভয়ংকৰ মহামাৰী। বিপুল প্ৰাণহানী অনিবাৰ্য। সপ্তমী বা দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত অহা-যোৱা কৰে। ফলত “শস্য বুদ্ধিস্তথাজলম”। অৰ্থাৎ প্ৰৱল বান বা খৰাং হ’ব পাৰে। নৌকাত আগমনে মৰ্তবাসীৰ মনোকামনা পূৰণ কৰে। ধৰিত্ৰী শস্য-শ্যামলা হৈ উঠে। কিন্তু ইয়াৰ সৈতে অতি বৃষ্টিৰ ফলত বানৰ আশংকা বৃদ্ধি কৰে।x

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.