• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

4 years ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

8 minutes ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

56 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

2 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

3 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

4 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

4 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

5 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

6 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

7 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

15 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

editor by editor
June 1, 2022
in ভাৰত, ৰাজনীতি
0
সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু উপ সভাপতি ৰাহুল গান্ধীলৈ এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰেটে পৰা চমন প্ৰেৰণ কৰিছে৷ নেশ্যনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ সাংসদ ৰাহুল গান্ধীক চমন কৰিছে সঞ্চালকালয়ে।

৮ জুনত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তেওঁক সোধা-পোছা কৰাৰ বিপৰীতে ২ জুনত ৰাহুল গান্ধীক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ সময় দিবলৈ কোৱা হৈছে।

সূত্ৰ অনুসৰি, ৰাহুল গান্ধী বিদেশত আছে আৰু হাজিৰ হোৱাৰ বাবে দ্বিতীয়বাৰৰ বাবে তাৰিখ দাবী কৰিছে। কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে আমি পলায়ন নকৰো আৰু ইয়াৰ সন্মুখীন হ’ম। তেওঁ লগতে কয় যে ছোনিয়া গান্ধীয়ে নিজেই ইডিৰ কাৰ্যালয়লৈ গৈ সকলো প্ৰশ্নৰ উত্তৰ দিব। সিংভীয়ে আৰু কয় যে ২০১৫ চনত এই গোচৰটো তদন্তকাৰী সংস্থাই বন্ধ কৰিছিল।

লগতে পঢ়ক বিকিনি পিন্ধা কোন এই মডেল? লয়লাস ভংগীমাৰে বৰফত খোজ

গান্ধী পৰিয়ালৰ বিৰুদ্ধে ইডি চমনৰ পিছতে আৰম্ভ হৈছে ৰাজনৈতিক বাক্যবাণ। কংগ্ৰেছৰ নেতাসকলে গোচৰটো ৰাজনীতিকৰণ কৰা অভিযোগ কৰিছে৷ কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই কয়, ‘‘নেশ্যনেল হেৰাল্ড গোচৰৰ ষড়যন্ত্ৰৰ অংশ হিচাপে ইডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰিছে। কিন্তু আমি ভয় নকৰো, পলায়ন নকৰো… সাহসেৰে যুঁজিম।’’

ইয়াৰ পূৰ্বে যোৱা ১২ এপ্ৰিলত নেশ্যনেল হেৰাল্ডৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কংগ্ৰেছ নেতা পৱন বনছালক ইডিৰ সঞ্চালকালয়ে জেৰা কৰিছিল। তেওঁক বিত্তীয় লেনদেনকে ধৰি বহু দিশৰ ওপৰত প্ৰশ্ন সোধা হৈছিল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

উল্লেখ্য যে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰয়াত নেতা মোতিলাল ভোৰা, সাংবাদিক সুমন ডুবে আৰু টেকন’ক্ৰেট ছেম পিত্ৰোদাৰ বিৰুদ্ধে নেচনেল হেৰাল্ডৰ গোচৰৰ অভিযোগ উত্থাপন কৰিছিল। ইয়ং ইণ্ডিয়া লিমিটেডৰ জৰিয়তে ভুলকৈ অধিগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ নেতাসকলে ২০০০ কোটি টকা পৰ্যন্ত সম্পত্তি জব্দ কৰে বুলিও দাবী কৰা হৈছিল।

ইডিয়ে ২০১৪ চনত এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। কংগ্ৰেছে এই বিষয়টো সন্দৰ্ভত কৈ আহিছে যে ইয়ং ইণ্ডিয়া লিমিটেডৰ উদ্দেশ্য লাভ উপাৰ্জন কৰা নহয় বৰঞ্চ ইয়াক দাতব্য কামৰ বাবেহে গঠন কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamedrahul gandhisonia gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

March 19, 2026
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
Next Post
পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.