• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

4 years ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

13 minutes ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

54 minutes ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

2 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

3 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

11 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

12 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

14 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

15 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

15 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

15 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

editor by editor
June 30, 2022
in ভাৰত, ৰাজনীতি
0
বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!
0
SHARES
712
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী৷ বহু জল্পনা কল্পনাৰ পিছত ৪০ গৰাকীতকৈ অধিক শিৱসেনাৰ বিসম্বাদী বিধায়কক নিজৰ পক্ষলৈ আনি ইপ্সিত লক্ষ্যত উপণীত হ’ল একনাথ সিন্দে৷

উল্লেখ্য যে মহাৰাষ্ট্ৰ ৰাজ্যপালে সদ্য বিদায়ী মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক বিধানসভাৰ মজিয়াত আস্থা ভোটৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছিল৷ কিন্তু শিৱসেনাই ৰাজ্যপালৰ এই নিৰ্দেশৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ যদিও বুধবাৰে সন্ধিয়া মুখ থেকেচা খায়৷ ইয়াৰ পিছতে সন্ধিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে৷

উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰাৰ লগে লগে বিজেপিয়ে উল্লাসিত হৈ পৰা দেখা যায়৷ এই বাতৰি বিয়পি পৰাৰ লগে লগেই মহাৰাষ্ট্ৰৰ বিজেপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছসহ  মহাৰাষ্ট্ৰৰ বিজেপি বিধায়কসকলে মিঠাই বিতৰণ কৰাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷

লগতে পঢ়ক বিধায়কসকলৰ মুখত বিৰিঙিব হাঁহি! ৬৬% দৰমহা বৃদ্ধি পাব বিধায়কৰ

এই ছবিৰ লগতে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনবিছে দায়িত্ব ল’ব বুলিও সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰিছিল৷ একাংশ সংবাদ মাধ্যমৰ মতে দেৱেন্দ্ৰ ফাৰনবিছ মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে একনাথ সিন্দেই উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব৷

কিন্তু ইয়াৰ পিছতো মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ উৎকণ্ঠামূলক নাটকৰ যৱনিকা পৰা নাছিল৷ কিন্তু একনাথ সিন্দেক মুখ্যমন্ত্ৰী পদ নিদিলে তেওঁ পুনৰ কংগ্ৰেছ আৰু এনচিপিৰ সহযোগত মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ হৈ উঠাৰ আশংকাত বিজেপিয়ে একনাথ সিন্দক মুখ্যমন্ত্ৰীত্ব যাচি দিয়া বুলি ধাৰণা কৰা হৈছে৷

ইফালে একনাথ সিন্দৰ নাম মুখ্যমন্ত্ৰীৰূপে ঘোষণা কৰি বিজেপিও উল্লাসিত হৈ উঠা দেখা গৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাৰনবিছে কয় যে জনতাই মহাবিকাশ অঘাৰীক সংখ্যাগৰিষ্ঠতা দিছিল। নিৰ্বাচনৰ পিছত বিজেপি আটাইতকৈ ডাঙৰ পাৰ্টী আছিল। বিজেপি–শিৱসেনাই মিত্ৰজোঁটৰ জৰিয়তে নিৰ্বাচন খেলিছিল, কিন্তু শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিলি চৰকাৰ গঠন কৰে।

লগতে পঢ়ক ‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

আনহাতে একনাথ সিন্দেই কয় যে মহাৰাষ্ট্রৰ বিকাশৰ বাবে বিজেপিৰ সৈতে মিত্ৰতা কৰিছে। আমি মহাবিকাশ অঘাড়ী চৰকাৰত কাম কৰাত সমস্যা পাইছিলো। এই সন্দৰ্ভত আমি উদ্ধৱ থাকৰেক বুজাবলৈ চেষ্টা কৰিছিলো। বিজেপিৰ সৈতে আমাৰ নেচাৰেল মিত্ৰজোঁট আছিল। আমি বালাছাহেব থাকৰেৰ ভাৱনাক লৈ আগবঢ়াত চৰকাৰৰ ফালৰ পৰা শেষত হিন্দুত্বক লৈ কিছু সিদ্ধান্ত লোৱা হয়।
সিন্দেই প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনাই ফাৰনবিছে মুখ্যমন্ত্ৰী নহয় বুলিও প্ৰকাশ কৰে। সিন্দেই কয় বিজেপিয়ে ডাঙৰ পাৰ্টী হোৱা সত্ত্বেও বহল হৃদয়ৰ পৰিচয় দি মোক মুখ্যমন্ত্ৰী পাতিছে। সিন্দেই দাবী কৰে যে মহাৰাষ্ট্রত আগন্তুক সময়ত এক শক্তিশালী চৰকাৰ দেখিবলৈ পাব।

মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎকাৰৰ পিছত দেৱেন্দ্ৰ ফাৰনবিছ আৰু একনাথ সিন্দেই সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰনবিছে ঘোষণা কৰে যে একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে তেওঁ চৰকাৰৰ বাহিৰত থাকিব। আজি সন্ধিয়া ৭.৩০ বজাত কেৱল একনাথ সিন্দেই শপত গ্ৰহণ কৰিব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEknath ShindemaharastraShiv Senauddhav thackeray
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.