• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

2 years ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

7 minutes ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

14 minutes ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

39 minutes ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

1 hour ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

1 hour ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

2 hours ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

2 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

3 hours ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

3 hours ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

3 hours ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

15 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

editor by editor
December 5, 2023
in চিনেমা, বিনোদন, ভাৰত
0
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰণবীৰ কাপুৰৰ ছবি এনিমেলে বক্স অফিচত লাভ কৰিছে ব্যাপক সফলতা। এনিমেল ছবিয়ে ছবিগৃহত ভংগ কৰিছে ইটোৰ পিছত সিটো ৰেকৰ্ড। শ্বাহিদ কাপুৰ অভিনীত ‘কবীৰ সিং’ ছবি নিৰ্মাণ কৰি সকলোৰে মাজত চৰ্চা লাভ কৰা পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ এই ছবিখনে বৰ্তমান অনুৰাগীৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বক্স অফিচত এনিমেল ছবিয়ে সৃষ্টি কৰিছে ইটোৰ পিছত সিটো অভিলেখ। ইতিমধ্যে ভাৰতীয় বক্স অফিচত ২০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে ‘এনিমেল’য়ে। বিশ্বজুৰি ছবিখনে লাভ কৰিছে ৩৬০ কোটিৰো অধিক টকা। ৰণবীৰ কাপুৰৰ এই ছবিখনক লৈ যিদৰে সন্তুষ্টি প্ৰকাশ কৰিছে একাংশৰ মতে ছবিখনত ‘চৰম পুৰুষত্ব, নাৰীবিদ্বেষ আৰু অপ্ৰতিদানমূলক হিংসাক উপস্থাপন কৰা হৈছে।

দৰ্শকৰ সন্তুষ্টি-অসন্তুষ্টিৰ মাজতে ছবিখনক লৈ অভিনেতা আমিৰ খানৰ এটা পুৰণি মন্তব্যই বলীউদত চৰ্চা লাভ কৰিছে। সেই মন্তব্যটো প্ৰকৃততে পুৰণি আছিল। য’ত আমিৰ খানে কৈছিল যে,-‘ মানুহৰ কিছুমান আৱেগ আছে যাৰ জৰিয়তে দৰ্শকক উত্তেজিত কৰাটো অতি সহজ। তাৰ ভিতৰত এটা হ’ল ঈৰ্ষা আৰু আনটো হ’ল যৌনতা। যিসকল পৰিচালকৰ সঠিক প্ৰতিভা নাই, তেওঁলোকে যিকোনো পৰিস্থিতিত হিংসা আৰু যৌনতাক দেখুৱাই দৰ্শকক আকৃষ্ট কৰি ৰাখিব বিচাৰে। কাৰণ তেওঁলোকৰ কাহিনী কোৱাৰ প্ৰতিভা নাথাকে। তেওঁলোকে ভাবে যে হিংসা আৰু যৌনতা প্ৰদৰ্শন কৰিলেহে ছবি সফল হয়। মই ভাবো এইটো এটা ভুল ধাৰণা। কিছুদিনৰ বাবে তেওঁলোক সফল হ’ব পাৰে, কিন্তু শেষত ই সমাজৰ ক্ষতি কৰে। চিনেমাৰ লগত জড়িত আমাৰ নৈতিক দায়িত্ব আছে। এনে ছবিয়ে দৰ্শকৰ বিশেষকৈ কনিষ্ঠ সকলৰ মনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আমি সদায় মনত ৰখা উচিত যে আমি এটা সম্পূৰ্ণ প্ৰজন্মক বিপথে পৰিচালিত কৰা কোনো বস্তুয়ে দেখুওৱা উচিত নহয়।” আৰু আমিৰৰ এই পুৰণি ভিডিঅ’টোয়ে এতিয়া নেটিজেনসকলে সামাজিক মাধ্যমত ভাইৰে’ল কৰিছে। ছবিখনক লৈ চলি থকা চৰ্চাৰ মাজতে আমিৰৰ এই ভিডিঅটো প্ৰাসংগিক বুলি দাবী কৰে নেটিজেনৰ এক বৃহৎ অংশই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?
জীৱনশৈলী

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

March 22, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
Next Post
ছানী দেউল

নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰিছিল ছানী দেউল, অৱশেষত ভাঙিলে ভুল

কাশ্মীৰ

'নেহৰুৰ ভুলৰ বাবেই হ'ল পাক অধিকৃত কাশ্মীৰ, অন্যথা আজি ভাৰতৰ অংশ হ'লহেঁতেন'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.