• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছানী দেউল

নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰিছিল ছানী দেউল, অৱশেষত ভাঙিলে ভুল

3 years ago
‘হত শৈশৱ’

‘হত শৈশৱ’

20 minutes ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

2 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

5 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

5 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

6 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

7 hours ago
বৈপৰীত্য

বৈপৰীত্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰিছিল ছানী দেউল, অৱশেষত ভাঙিলে ভুল

editor by editor
December 6, 2023
in চিনেমা, বিনোদন
0
ছানী দেউল
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউড অন্যতম জনপ্ৰিয় অভিনেতা ছানী দেউল সম্প্ৰতি চৰ্চাত আছে। অভাৱনীয় সফলতা লাভ কৰে অভিনেতাগৰাকীৰ শেহতীয়া ‘গডৰ ২’ ছবিখনে। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে ছানী দেউলৰ এক বিশেষ ভিডিঅ’। ভিডিঅ’টোত নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰা দেখা গৈছে ছানী দেউলক। মুহূৰ্ততে ভাইৰেল হৈ পৰা ভিডিঅ’টোৱে কৌতূহলৰ সৃষ্টি কৰিছিল অনুৰাগীসকলৰ মাজত। অৱশেষত সমগ্ৰ ঘটনাৰ ৰহস্যৰ ওৰ পেলালে অভিনেতাগৰাকীয়ে।
ভাইৰেল হোৱা ভিডিঅ’টোত ছানী দেউলক নিশা ৰাজপথৰ মাজত নিচাসক্ত হৈ ঘূৰি ফুৰা দেখা পোৱা গৈছে। এখন অটোৰ সৈতে দুৰ্ঘটনাত পতিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে অভিনেতাগৰাকী। ইয়াৰ পাছতে অটোচালকজনে ছানী দেউলৰ সৈতে কথা-বতৰা পাতে আৰু খোজ থৰক-বৰক হৈ থকা অভিনেতাজনক অটোত বহুৱাই দিয়ে। মুখত এটা হাঁহি লৈ অটোখনত বহে অৱশ চেহেৰাৰ ছানী দেউল।
বনজুইৰ দৰে বিয়পি পৰা ভিডিঅ’টোৱে চিন্তাত পেলাইছিল অভিনেতাগৰাকীৰ অনুৰাগীক। বিভিন্নজনে কৰিছিল বিভিন্ন প্ৰশ্ন। জানিবলৈ উৎসুক হৈ আছিল ঘটনাৰ প্ৰকৃত ৰহস্য।
বিশেষ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত বুধবাৰে ছানী দেউলে সামজিক মাধ্যমত শ্বেয়াৰ কৰে এটি ভিডিঅ’। এই ভিডিঅ’টোৱে ভেদ কৰে ভাইৰেল হোৱা ভিডিঅ’টোৰ সমগ্ৰ ৰহস্য। ছানী দেউলে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপশ্যনত লিখে ‘অফৱাহো কা ‘ছফৰ’ বছ য়েহি তক’। দৰাচলতে ছানী দেউল সম্প্ৰতি ব্যস্ত হৈ আছে আগন্তুক ছবি ‘ছফৰ’ৰ শ্বুটিঙত। ভাইৰেল হোৱা ভিডিঅ’টো ‘ছফৰ’ ছবিখনৰেই শ্বুটিঙৰ এটা ক্লিপ। ছানী দেউল প্ৰকৃততে নিচাসক্ত অৱস্থাত নাছিল। প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ পাছতহে অন্ত পৰে সকলো কৌতূহলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodsafarsunny deolviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
এছিয়ান গেমছত ওলাইছে জলপৰী
বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

September 25, 2026
Next Post
কাশ্মীৰ

'নেহৰুৰ ভুলৰ বাবেই হ'ল পাক অধিকৃত কাশ্মীৰ, অন্যথা আজি ভাৰতৰ অংশ হ'লহেঁতেন'

২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

২০২৪ত ৰাহুল ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.