• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

35 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

2 seconds ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

54 minutes ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

2 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

3 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

5 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ কাৰণ কি কি জানক...

editor by editor
September 2, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখৰ পৰা দুৰ্গন্ধ ওলোৱা বা Bad Breath এটা সাধাৰণ সমস্যা। বহু সময়ত মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই এই সমস্যা হয়। কিন্তু কেৱল দাঁত ব্ৰাছ নকৰাৰ বাবেই মুখৰ দুৰ্গন্ধ হয় বুলি ভাবিলে ভুল হ’ব। দাঁত আৰু মাড়িৰ সমস্যা, জিভাত বেক্টেৰিয়া জমা হোৱা, মুখ শুকাই যোৱা, ধূমপান, কিছুমান খাদ্য বা আন স্বাস্থ্যজনিত সমস্যাৰ বাবেও মুখত দুৰ্গন্ধ হ’ব পাৰে।

কাৰণ কি কি?

  • তেজত চেনিৰ পৰিমাণ বেছি হ’লে ডায়েবেটিছ ৰোগ হয় যাৰ ফলত মুখৰ দুৰ্গন্ধকে ধৰি বিভিন্ন সমস্যাই দেখা দিয়ে।
  • যিসকল লোকৰ পেট ভালদৰে চাফা নহয়, অৰ্থাৎ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে।
  • ইয়াৰ উপৰিও অন্ত্ৰৰ সমস্যা হ’লেও মুখৰ দুৰ্গন্ধৰ হ’ব পাৰে, কাৰণ পাচনতন্ত্ৰ আৰু অন্ত্ৰত উপস্থিত বেক্টেৰিয়াৰ পৰা হাইড্ৰ’জেন ছালফাইড গঠন হোৱাৰ বাবে দুৰ্গন্ধ আৰম্ভ হয়। ইয়াৰ ফলত আন বহুতো সমস্যাও হ’ব পাৰে।
  • যিসকল লোকে কফি, চাহ আদি বেছিকৈ সেৱন কৰে তেওঁলোকৰ মুখৰ দুৰ্গন্ধ হ’বলৈ আৰম্ভ কৰে।
  • যদি আপুনি নাক বজাই শোৱে বা এপনিয়াত ভুগিছে ​​তেন্তে মুখৰ দুৰ্গন্ধৰ হ’ব পাৰে। আচলতে বহুলোকে নাকৰ সলনি মুখেৰে উশাহ লয় আৰু যাৰ বাবে লালটি শুকাবলৈ আৰম্ভ কৰে।

প্ৰতিকাৰ

  • মুখৰ দুৰ্গন্ধ কমোৱাৰ প্ৰথম আৰু সহজ উপায় হৈছে নিয়মিত দাঁত পৰিষ্কাৰ কৰা। পুৱা আৰু নিশা শোৱাৰ আগতে প্ৰায় দুমিনিটকৈ ফ্ল’ৰাইডযুক্ত টুথপেষ্টেৰে দাঁত ব্ৰাছ কৰিব লাগে।
  • মুখ শুকাই গ’লেও দুৰ্গন্ধ বৃদ্ধি পাব পাৰে। পৰ্যাপ্ত পানী খালে মুখ শুকাই যোৱাৰ সম্ভাৱনা কমে আৰু মুখৰ ভিতৰৰ খাদ্যৰ অৱশিষ্ট আঁতৰ কৰাত সহায় কৰে। সেয়ে দিনটোত নিয়মিত পানী খোৱাৰ অভ্যাস কৰক।
  • পিঁয়াজ, নহৰু আদি কিছুমান খাদ্য খোৱাৰ পিছত সাময়িকভাৱে মুখত তীব্ৰ গোন্ধ হ’ব পাৰে। ধূমপান আৰু তামোল-চুপাৰী ব্যৱহাৰেও মুখৰ গোন্ধৰ লগতে দাঁত আৰু গুড়িৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
  • দাঁতত পোক লগা, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মাড়ি ফুলা বা দাঁতৰ মাজত প্লেক জমা হোৱা আদি সমস্যাৰ বাবেও মুখত দুৰ্গন্ধ থাকিব পাৰে। এনে সমস্যা থাকিলে কেৱল মাউথৱাছ ব্যৱহাৰ কৰি সমস্যাটো ঢাকি নাৰাখি দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
  • মাউথৱাছে কিছু সময়ৰ বাবে মুখৰ দুৰ্গন্ধ কমাব পাৰে যদিও ই দুৰ্গন্ধৰ মূল কাৰণ সদায় দূৰ নকৰে। সেয়ে মাউথৱাছ ব্যৱহাৰ কৰিলেই দাঁত ব্ৰাছ আৰু জিভা পৰিষ্কাৰ কৰাৰ প্ৰয়োজন নাই বুলি ভাবিব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা
বাণিজ্য

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

September 2, 2026
Next Post
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

'পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!' কিয় গৰজি উঠিল তাপসী পন্নু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.