অনিয়ন্ত্ৰিত বজাৰত বিক্ৰী হৈছে কৃষিৰ সাৰৰ ক’লা বজাৰ। শালিধানৰ খেতিৰ ভৰ সময়ত সাৰৰ বাবে হাহাকাৰ। চৰকাৰী মূল্যতো বন্ধ সাৰৰ যোগান।