• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ, জুই লাগিলে প্ৰাথমিক অৱস্থাত কি কৰিব লাগে?

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ, জুই লাগিলে প্ৰাথমিক অৱস্থাত কি কৰিব লাগে?

4 years ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

33 minutes ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

1 hour ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

2 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

3 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

3 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

6 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

6 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

7 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

7 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

8 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ, জুই লাগিলে প্ৰাথমিক অৱস্থাত কি কৰিব লাগে?

editor by editor
February 17, 2023
in অসম, জীৱনশৈলী, লেখা
0
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ, জুই লাগিলে প্ৰাথমিক অৱস্থাত কি কৰিব লাগে?
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ। বহু প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে। কেৱল এয়াই নহয় দুমাহ পূৰ্বেও যোৰহাটতেই সংঘটিত হৈছিল ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ডৰ হোৱাৰ খবৰ প্ৰায়েই আহে। অগ্নিকাণ্ডৰ প্ৰাৰম্ভিক কালত অৰ্থাৎ অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বে কি কৰিব লাগে?

কোনো ঠাইত জুই লাগিলে পোনতে ধোঁৱা ওলায়। ধোঁৱা সদায়ে ঊর্ধ্বমুখী। তেনে ঠাই যদি কোনো ঘৰৰ কোঠা হয় তেন্তে তাৰ ভিতৰৰ পৰা ওলাই আহিবলৈ নাইবা আক্ৰান্ত লোকক ওলিয়াই আনিবলৈ নাক-মুখত তিতা কাপোৰ দি পেটেৰে চুঁচৰি সোমাব বা ওলাব লাগে।

পিন্ধা কাপোৰত জুই লাগিলে কি কৰিব?

কাপোৰত জুই লাগি উমি উমি জ্বলিলে জুই লগা কাপোৰখন মোহাৰি দিলে জুই নুমায়। জুইৰ শিখাও ধোঁৱাৰ দৰেই সদায়ে ঊর্ধগামী হয়। সন্মুখৰ ফালৰ কাপোৰত জুই লাগি শিখা ওলালে চিত্ হৈ আৰু পিছফালে কাপোৰত জুই লাগিলে উবুৰি হৈ শুব লাগে। তেনে কৰিলে জুইৰ শিখাই মুখমণ্ডল পুৰিব নোৱাৰে। লগে লগে আক্ৰান্ত ব্যক্তিয়ে চিঞৰি আনৰ পৰা সহায় বিচাৰিব লাগে।

জুই লগা বা জুই লাগি আক্ৰান্ত হোৱা ব্যক্তিক সহায় কৰিবলৈ যাওঁতে সহায়কাৰীয়ে নিজৰ পিন্ধনৰ কাপোৰ-কানি যথা সম্ভৱ চপাই আটিলকৈ বান্ধি লৈ হাতৰ মুঠিত পোৱা কম্বল, কোট, থৈলা, দলিচা আদিৰে আক্ৰান্ত ব্যক্তিক মেৰিয়াই ধৰিলে জুই নুমাই যায়।

জুইয়ে পুৰিলে কি কৰিব?

আক্ৰান্ত ব্যক্তিৰ গাৰ কাপোৰৰ জুই নুমুৱাই লৈ জুয়ে পোৰা স্থান আৰু গাৰ পৰা কাপোৰ গুচাই দিব লাগে। পোৰা ঘাত কাপোৰ লাগি থাকিলে টানি আজুৰি নুগুচাই কেঁচিৰে আক্ৰান্ত ঠাইৰ কেউকাষে কাটি দিব লাগে। গাত লাগি থকা কাপোৰৰ অংশত অলিভ অইল নাইবা নাৰিকল তেলেৰে তিঁয়াই দিব লাগে। ভৰিত জোতা পিন্ধি থাকিলে খুলি দিব লাগে আৰু খুলিব নোৱাৰিলে চিলাই কাটি উলিয়াই দিব লাগে।

জুই লাগি শৰীৰৰ পুৰি যোৱা অংশ ততালিকে পৰিস্কাৰ কাপোৰেৰে ঢাকি দিব লাগে। ৫০০ মিঃ মিঃ কুহুমীয়া পানীত দুচামুচ বেকিং চডা মিহলাই লৈ ক্ষতস্থান সাধাৰণভাৱে ধুই দিব লাগে। তাৰ পিছত এডোখৰ লিণ্ট বা পৰিষ্কাৰ কাপোৰ ভেচলিন নাইবা সমপৰিমাণৰ চূণৰ পানী আৰু অলিভ নাইবা নাৰিকল তেলৰ মিশ্ৰণত তিয়াই ক্ষতস্থান ঢাকি দিব লাগে।

লিণ্টৰ ওপৰত বাকলি গুচোৱা কেঁচা আলু মিহিকৈ লৈ লেপ দিব লাগে। নাইবা চডা পানীত লিণ্ট বা কাপোৰ তিয়াই ক্ষতস্থান ঢাকি দিলেও যন্ত্ৰণাৰ পৰা উপশম পোৱা যায়।জুয়ে পোৰা ঘাত আটা বা ময়দা ছটিয়াই দি পৰিস্কাৰ কাপোৰেৰে ঢাকি পিছত নাৰিকল বা অলিভ তেলত তিয়াই দিলে পোৰণি কম হয়। কিন্তু আক্ৰান্ত ব্যক্তিক শুশ্ৰূষা কৰিবলৈ একো নাপালে পৰিস্কাৰ গছ কাপোৰ আৰু কপাহেৰে আলফুলকৈ পটি বান্ধি দিয়া উচিত।

আক্ৰান্ত ব্যক্তিৰ মুখমণ্ডল পুৰিলে চকু, মুখ আৰু নাকৰ বিন্ধা খোলা ৰাখি ওপৰত উল্লেখ কৰা ধৰণে লিণ্ট লগাব লাগে। ক্ষতস্থানত হোৱা বিষ উপশম কৰিবলৈ আক্ৰান্ত ব্যক্তিক এছপিৰিণ আৰু নিমখ মিহলোৱা পানী খোৱাব লাগে। ৰোগীক বিচনাত শোৱাই থৈ কম্বল নাইবা ডাঠ কাপোৰেৰে ঢাকি দিব লাগে। এই ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিৰ বিচনাৰ ভৰিৰ ফাল ১/২-১ ফুটমান ওপৰলৈ তুলি দিব লাগে।

জুয়ে পোৰা কাৰণে ছাল ৰঙা পৰি ভকভকাই থাকিলে ছাঁল-কুঁৱৰী নাইবা বাকলি গুচোৱা কেঁচা আলু বটি লাহে লাহে লেপ দিব লাগে। নাইবা নাৰিকল তেলৰ সৈতে চূণৰ পানী বা মৌজোল মিহলাই ক্ষতস্থানত ঘনাই লগাব লাগে। ক্ষত বেছি হ’লে সোনকালে চিকিত্সকৰ ওচৰলৈ নি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!
বিনোদন

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

October 24, 2026
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
Next Post
ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?

ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?

সাংস্কৃতিক পথাৰ উৰ্বৰা কৰি এইবাৰ ৰাজনীতিৰ পথাৰত অভিনেত্ৰী জুপিতৰা ভূঞা

সাংস্কৃতিক পথাৰ উৰ্বৰা কৰি এইবাৰ ৰাজনীতিৰ পথাৰত অভিনেত্ৰী জুপিতৰা ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.