• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?

ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?

4 years ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

12 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

40 minutes ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

1 hour ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

3 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

12 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

12 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

13 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

13 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

14 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?

editor by editor
February 17, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?
0
SHARES
15.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভালপোৱাৰ উৎসৱ হিচাপে ভেলেণ্টাইন ডে’ পালন কৰা হয় যদিও শিৱ পূজাৰ দিনটো দম্পতিসকলৰ বাবে এটা বিশেষ দিন। বহুতেই প্ৰেমৰ সংজ্ঞাক ভিন্নৰূপত উপস্থাপন কৰে। প্ৰতিটো সম্পৰ্কৰ ক্ষেত্ৰতেই প্ৰেমৰ গুৰুত্ব পৃথক বুলি বহুতৰে মনত ধাৰণা। সেয়ে এবাৰ ভালপোৱাৰ সংজ্ঞা পাৰ্বতীয়ে স্বামী মহাদেৱক সুধিছিল। মহাদেৱে এই প্ৰশ্নৰ উত্তৰত কি কৈছিল পাৰ্বতীক?

পাৰ্বতীক এই প্ৰশ্নৰ উত্তৰত মহাদেৱে কোৱা কথাখিনি বৰ্তমান সময়তো অতি প্ৰাসংগিক। আজিৰ দম্পত্তিয়েও এই বিষয়টোক গুৰুত্ব প্ৰদান কৰিলে এটা প্ৰেমময় দাম্পত্য জীৱন কটোৱাত সহয় হয়।

মহাদেৱে পাৰ্বতীক প্ৰেমৰ অৰ্থ বিশ্লেষণ কৰি কি কৈছিল?

শিৱ-পাৰ্বতীৰ বিবাহিত জীৱন প্ৰকৃত প্ৰেমৰ প্ৰতীক। তেওঁলোকৰ সম্পৰ্কৰ মাজত ভালপোৱা, শ্ৰদ্ধা আৰু উৎসৰ্গা মনোভাৱ দেখা যায়। সুখী দাম্পত্য জীৱনৰ বাবে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ। এবাৰ প্ৰেমৰ প্ৰসংগত পাৰ্বতীয়ে স্বামীক সুধিছিল ভালপোৱা প্ৰকৃততে কি? ভালপোৱাৰ ৰহস্য কি? মহাদেৱেই তেওঁৰ ভৱিষ্যত নেকি? তেতিয়াই মহাদেৱে হাঁহিমুখে পাৰ্বতীক কৈছিল, ‘তোমাৰ প্ৰশ্নৰ মাজতেই উত্তৰো লুকাই আছে।’

তাৰপাছতেই শিৱই কৈছিল, ‘তুমি হয়তো প্ৰেমৰ বহু কেইটা ৰূপেই দেখিছা। তুমি যেতিয়া সতী ৰূপেৰে মোৰ সন্মানৰ বাবেই তোমাৰ জীৱন বিসৰ্জন দিছিলা তেতিয়াই মোৰ বাবে জগত, জীৱন, কৰ্তব্য সকলো ভিত্তিহীন হৈ পৰিছিল। তোমাক বাদ দি মোৰ পৃথিৱী একেবাৰেই অসম্পূৰ্ণ হৈ পৰে। তুমি সেয়ে প্ৰতিটো জন্মতেই মোৰ পাৰ্বতী হৈয়েই জন্ম হৈ মোক জীয়াই তুলিবা। হয়তো মোৰ এই তোমাৰ প্ৰতি থকা আনুগত্য, তোমাৰ অবিহনে অৰ্থহীন জীৱনৰ কথাবোৰেই প্ৰতিটো জন্মতেই প্ৰেমৰ কথাকেই ক’ব।’

পবিত্ৰ প্ৰেম বৰ্তাই ৰাখিবলৈ কি কি কৰিব লাগে?
প্ৰেমৰ ওপৰত মহাদেৱৰ এই পাঠেই মৰ্ত্যবাসীক দিছে বিশেষ শিক্ষা। এয়াই সুখী জীৱনৰ অন্য এক ভিত্তি। ইয়াৰোপৰি কেইবাটাও উপদেশো শিৱই প্ৰকৃত প্ৰেমক জীয়াই ৰাখিবলৈকে দিছে।

এজনে আনজনক বুজি পোৱাটো প্ৰয়োজন
ভগৱান শিৱ আৰু পাৰ্বতী বহু জন্মৰেই সংগী আছিল। তেওঁলোকে এজনে আনজনক প্ৰতিসময়তে জানিবৰ বাবে অবিৰাম চেষ্টাও চলাইছিল। শিৱ-পাৰ্বতীৰ এই দিশটোক প্ৰতিটো দম্পতিয়েই অনুসৰণ কৰিব পাৰে। প্ৰত্যেক দম্পতিৰ মাজতেই কাজিয়া বিবাদ আদি থাকেই। এই বিবাদবোৰক গুৰুত্ব প্ৰদান নকৰি সমাধানৰ চেষ্টা কৰিব লাগে। এটা সৰু প্ৰশংসাই সম্পৰ্কৰ তিক্ততা দূৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?
বাণিজ্য

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

September 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?
বাণিজ্য

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

September 28, 2026
Next Post
সাংস্কৃতিক পথাৰ উৰ্বৰা কৰি এইবাৰ ৰাজনীতিৰ পথাৰত অভিনেত্ৰী জুপিতৰা ভূঞা

সাংস্কৃতিক পথাৰ উৰ্বৰা কৰি এইবাৰ ৰাজনীতিৰ পথাৰত অভিনেত্ৰী জুপিতৰা ভূঞা

অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, লগতে কোন চনত কোনে কাৰ্যভাৰ লৈছিল? কোনগৰাকী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়?

অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, লগতে কোন চনত কোনে কাৰ্যভাৰ লৈছিল? কোনগৰাকী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.