• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

2 years ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

12 minutes ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

40 minutes ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

2 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

2 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

3 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

18 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

18 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

19 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

19 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

20 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

editor by editor
November 27, 2023
in ভাৰত, ৰাজনীতি
0
২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰ দখললৈ ৫ ৰাজ্য? কেনে আছিল বিগত নিৰ্বাচনৰ ফলাফল? ৫ ৰাজ্যত হৰা মানেই কেন্দ্ৰত কঁপিব নেকি বিজেপিৰ দুৰ্গ? ৰাজস্থান, মধ্যপ্ৰদেশৰ নিৰ্বাচনে কিমান প্ৰভাৱ পেলাব ‘২৪ৰ লোকসভা নিৰ্বাচনত? বিগত ৫ ৰাজ্যৰ নিৰ্বাচনত কোনে কিমান আসন লাভেৰে গঠন কৰিছিল চৰকাৰ?

৩ ডিচেম্বৰ। ৩ ডিচেম্বৰত প্ৰকাশ পাব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। কিন্তু এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে যথেষ্ট প্ৰভাৱ পেলাব আগন্তুক ২৪ ৰ লোকসভা নিৰ্বাচনত। ৰাজস্থান, মধ্যপ্ৰদেশ, চত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ৩ ডিচেম্বৰত। কিন্তু ইয়াৰ পূৰ্বে ২০১৩ আৰু ২০১৮ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল কেনে আছিল? ৰাজস্থানত আছিল বিজেপিৰ চৰকাৰ। ৰাজস্থানত মুঠ আসনৰ সংখ্যা ২০০। ৰাজস্থানত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হ’ব ১০১খন সংখ্যাগৰিষ্ঠ আসন। কিন্তু ২০১৩ বৰ্ষৰ ৰাজস্থান বিধানসভা নিৰ্বাচনত ২০০ খন আসনৰ ১৬৩ খন আসন লাভ কৰিছিল বিজেপিয়ে। কংগ্ৰেছে মাত্ৰ লাভ কৰিছিল ২১ খন আসন বি এছ পিয়ে লাভ কৰিছিল ৩ খন আৰু অনান্য দলে লাভ কৰিছিল ১৩ খন অসম।

য’ত ১৬৩খন আসনেৰে ২০১৩ বৰ্ষত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল ৰাজস্থানত। কিন্তু ২০১৮ বৰ্ষৰ নিৰ্বাচনত তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ ৰাজস্থানত ২০১৮ চনত বিজেপিক উফৰাই কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। য’ত ২০০ খন আসনৰ ১০০টা বিধানসভা সমষ্টিতেই কংগ্ৰেছে জয়ী হৈ চৰকাৰ গঠন কৰে। বিজেপিয়ে লাভ কৰে ৭৩ খন আসন আৰু বি এছ পিয়ে লাভ কৰে ৬ খন লগতে অনান্য দলে লাভ কৰে ২১ খন আসন।

২০১৮ বৰ্ষত পুনৰ কংগ্ৰেছৰ হাতলৈ আহে ৰাজস্থান। প্ৰায় ২০ বছৰে বিজেপিৰ দখলত থকা মধ্যপ্ৰদেশত মাত্ৰ ডেৰ বছৰৰ বাবে আহিছিল কংগ্ৰেছৰ চৰকাৰ। মধ্যপ্ৰদেশত ডেৰ বছৰতে থানবান হৈ পৰিছিল কমল নাথৰ চৰকাৰ। মধ্যপ্ৰদেশত ধাৰাবাহিকভাৱে বিজেপিয়ে চৰকাৰ গঠন কৰি আহিছিল। ২০১৩ বৰ্ষটো বিজেপিয়ে চৰকাৰ গঠন কৰিছিল মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ মুঠ ২৩০ খন আসনৰ ১১৬ খন আসনত জয়ী হলেই এটা দলে চৰকাৰ গঠন কৰিব পাৰিব। ২০১৩ বৰ্ষত বিজেপিয়ে লাভ কৰিছিল ১৬৫ খন আসন, কংগ্ৰেছে লাভ কৰিছিল ৫৮ খন আসন বিএচপিয়ে লাভ কৰিছিল ৪ খন আৰু অনান্য দলে লাভ কৰিছিল ৩ খন আসন। কিন্তু কেইবাবছৰৰ বিজেপিৰ ইতিহাস ভংগ কৰি ২০১৮ বৰ্ষত কংগ্ৰেছৰ বিপুল সংখ্যাগৰিষ্ঠ তাৰে চৰকাৰ গঠন কৰে। য’ত কংগ্ৰেছে ১১৪ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ১০৯ খন আসন আৰু বিএছপিয়ে লাভ কৰে ২ খন লগতে অনান্য দলে লাভ কৰে ৫ খন আসন। বিজেপিক পৰাস্ত কৰি ২০১৮ বৰ্ষত মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰে যদিও মাত্ৰ ডেৰ বছৰতে থানবান হৈ পৰে কমলনাথৰ চৰকাৰ। প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত একাংশ কংগ্ৰেছীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই খহি পৰে কংগ্ৰেছৰ চৰকাৰ আৰু পুনৰবাৰ শাসনলৈ আহে শিৱৰাজ সিং চৌহান।

একালত বিজেপিৰ দখলত থকা চত্তীশগড়তো আহিল কংগ্ৰেছৰ চৰকাৰ। ২০১৩ চনত চত্তীশগড়ৰ মুঠ ৯০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৪৯ খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল ৩৯ খন আসন। সমান্তৰালকৈ বিএচপি আৰু অনান্য দলে লাভ কৰিছিল মাত্ৰ একোখনকৈ আসন। কিন্তু ২০১৮ চনত সলনি হৈছিল নিৰ্বাচনী পট। বিজেপিৰ দুৰ্গ কঁপাই কংগ্ৰেছে ২০১৮ চনত চত্তীশগড়ত লাভ কৰিছিল ৬৮ খন আসন আৰু বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ১৫ খন আসন। বিএচপিয়ে ২ খন আসন লাভ কৰাৰ পৰিবৰ্তে অনান্য দলে লাভ কৰে ৫ খন আসন। য’ত ২০১৮ বৰ্ষত চত্তীশগড়ত ভূপেশ বাঘেল মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

বিজেপি শূণ্য দক্ষিণ ভাৰত। ২০১৪ বৰ্ষৰ তেলেংগানাৰ মুঠ ১১৯ টা বিধানসভা সমষ্টিৰ নিৰ্বাচনত বি আৰ এছ যাক পূৰ্বে তেলেংগানা ৰাষ্ট্ৰ সমিতি নামেৰে জনা গৈছিল। ধাৰাবাহিকভাৱে বি আৰ এছে চৰকাৰ গঠন কৰি আহিছে। ২০১৪ বৰ্ষত TRSএ লাভ কৰে ৬৩ খন আসন, কংগ্ৰেছে ২১ খন, TDP এ লাভ কৰে ১৫ খন আৰু অনান্য দলে লাভ কৰে ২০ খন আসন। সমান্তৰালকৈ ২০১৮ বৰ্ষৰ বিধানসভা নিৰ্বাচনতো TRS এ লাভ কৰিছিল ৮৮ খন আসন, কংগ্ৰেছে ১৯ খন আসন, AIMIMএ লাভ কৰিছিল ৭ খন আৰু অনান্য দলে লাভ কৰিছিল ৫ খন আসন। দখলত থকা মিজোৰামো হেৰুৱাইছিল কংগ্ৰেছে।

চন ২০১৩ত মিজোৰাম বিধানসভাৰ মুঠ ৪০ খন আসনত ৩৪ খন আসনেই লাভ কৰি চৰকাৰ গঠন কৰিছিল কংগ্ৰেছে। MNFএ লাভ কৰিছিল ৫ খন আৰু MPCএ লাভ কৰিছিল ১ খন আসন। সমান্তৰালকৈ ২০১৮ বৰ্ষত কংগ্ৰেছৰ চৰকাৰ উফৰাই MNFএ লাভ কৰিছিল ২৬ খন আসন আৰু অনন্য দলে লাভ কৰিছিল ৮ খন আসন আৰু কংগ্ৰেছে মাত্ৰ লাভ কৰে ৫ খন আসন।

বৰ্তমান ২০২৩ বৰ্ষৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমূল চৰ্চা হৈছে। যিহেতু ২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ’ব সেই বিষয়কলৈ আলোচনা হৈছে কিয়নো এই ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে যথেষ্ট প্ৰভাৱ পেলাব লোকসভা নিৰ্বাচনত। যদি বিজেপিয়ে ৫ ৰাজ্যত পৰাজয় বৰণ কৰে তেন্তে ২৪ৰ দেওনা পাৰ কৰাটো বিজেপিৰ বাবে অধিক প্ৰত্যাহ্বানমূলক হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে
জীৱনশৈলী

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

April 1, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
Next Post
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

সোণ

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.