• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত হ’লেও তৃতীয় ব্যক্তিৰ প্ৰতি আকৰ্ষণ? পৰকীয়াৰ এই ৫টা ধৰণৰ বিষয়ে নাজানে বহুতেই

বিবাহিত হ’লেও তৃতীয় ব্যক্তিৰ প্ৰতি আকৰ্ষণ? পৰকীয়াৰ এই ৫টা ধৰণৰ বিষয়ে নাজানে বহুতেই

3 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

3 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

40 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

2 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

4 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

5 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

7 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত হ’লেও তৃতীয় ব্যক্তিৰ প্ৰতি আকৰ্ষণ? পৰকীয়াৰ এই ৫টা ধৰণৰ বিষয়ে নাজানে বহুতেই

editor by editor
April 10, 2023
in জীৱনশৈলী
0
বিবাহিত হ’লেও তৃতীয় ব্যক্তিৰ প্ৰতি আকৰ্ষণ? পৰকীয়াৰ এই ৫টা ধৰণৰ বিষয়ে নাজানে বহুতেই
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহ মানেই আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি৷ পৰিস্থিতি যেনেকুৱাই নহওক কিয়, এজনে আনজনৰ হাতত ধৰি জীৱন কটোৱাৰ আশ্বাস৷ এৰা ধৰাৰ মাজেৰে আগবাঢ়ে দুটি সত্বা৷ কিন্তু সকলো সময়তে হাতত হাত ধৰি থকা সম্ভৱনে? একঘেয়ামী জীৱন বহুতৰেই কেতিয়াবা আমনিদায়ক হৈ পৰে৷ তেতিয়াই বহুলোকেই বিবাহ বহিঃৰ্ভূত সম্পৰ্কত সোমাই পৰে৷ সেই বিষয়টোক সমাজে সহজভাৱে গ্ৰহণ নকৰে যদিও বহুলোকেই পৰকীয়াত বান্ধ খাই থাকে৷ বিভিন্ন পৰিস্থিতিত মানুহে পৰকীয়া সম্পৰ্ক গঢ়ে৷ কিন্তু পৰকীয়া প্ৰেমত বান্ধ খোৱাৰ কাৰণ প্ৰত্যেকৰে ভিন্ন হয়৷

মানসিক সুখৰ বাবে পৰকীয়া প্ৰেম
বিবাহিত সম্পৰ্কত বহু মানুহেই সুখী নহয়৷ যাৰবাবে বহুতেই বিবাহৰ পাছতো পত্নীৰ সলনি অন্য ব্যক্তিৰ ওপৰত মানসিকভাৱে নিৰ্ভৰশীল হৈ পৰে৷ ইয়াৰোপৰি ব্যক্তিগত কথাবোৰ ভগাই ল’বলৈ কাষত কোনো নাথাকে, তেতিয়াই ব্যক্তি একোগৰাকী অন্য কোনো ব্যক্তিৰ সন্ধানত নামি পৰে৷ সেই ব্যক্তিৰ সৈতে ব্যক্তিগত কথাবোৰ ভগাই লয়৷ মন বেয়া হ’লেই মানুহজনৰ কাষলৈ ঢপলিয়াই যাবলৈ হেঁপাহ কৰা হয়৷ মানসিক শান্তিৰ বাবেই তেতিয়া মানুহে অন্য লোকৰ সন্ধান কৰে৷

শাৰীৰিক চাহিদা দুৰ কৰিবলৈকো পৰকীয়া প্ৰেমৰ সন্ধান কৰে
আমাৰ সমাজত এনে কিছু মানুহ আছে যিসকলে যৌনসুখৰ বাবে পৰকীয়া প্ৰেমৰ সন্ধান কৰে৷ এই ক্ষেত্ৰত মানসিকভাৱে তৃতীয় কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তোলে৷ কেৱল শাৰীৰিক সুখেই এই চাম ব্যক্তিৰ প্ৰধান লক্ষ্য৷

অনলাইনত পৰকীয়া প্ৰেম
অনেক লোকেই অনলাইনত বন্ধু পাতি ভালপায়৷ বিবাহৰ পাছতো বহুতেই ফেছবুক নতুবা অন্যান্য সামাজিক প্লেটফৰ্মত সংগী বিচাৰে৷ যৌনবাৰ্তাও আদান প্ৰদান কৰে৷ এই ক্ষেত্ৰত বহুতেই ডেটিং এপৰো সহায় লয়৷

প্ৰতিশোধ ল’বলৈকো পৰকীয়া প্ৰেমত পৰে

সম্পৰ্কত থাকোতে স্বামী কিম্বা স্ত্ৰী পৰকীয়া প্ৰেমত পৰে৷ বহুতেই প্ৰতিশোধ ল’বলৈকো পৰকীয়া প্ৰেমত সোমাই পৰে৷

সুবিধাবাদী লোকেও এনে সম্পৰ্ক গঢ়ে
কোনো ব্যক্তিয়ে এনে পৰকীয়াত সোমাই পৰে৷ প্ৰেম নহয়, কেৱল সুবিধাৰ বাবেই এই সম্পৰ্কত সোমাই পৰে৷ এনে মানুহ বাৰে বাৰে নহয় বহুবাৰ পৰকীয়া সম্পৰ্কত সোমাই পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
Next Post
কিশোৰক চুম্বন! জিভা বাহিৰলৈ উলিয়াই চুম্বনৰ আহ্বান জনাই বিতৰ্কত এইবাৰ শান্তিৰ নবেল প্ৰাপ্ত দালাই লামা

কিশোৰক চুম্বন! জিভা বাহিৰলৈ উলিয়াই চুম্বনৰ আহ্বান জনাই বিতৰ্কত এইবাৰ শান্তিৰ নবেল প্ৰাপ্ত দালাই লামা

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.