• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

4 years ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

15 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

15 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

16 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

17 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

17 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

18 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

19 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

20 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

21 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

21 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

22 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

সাহায্য দিবলৈ চৰকাৰী ধনৰ অভাৱ

editor by editor
July 3, 2022
in অসম, গুৱাহাটী, ভাৰত
0
বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈছে ৫০ লক্ষাধিক লোক৷ এই তথ্য প্ৰকাশ কৰিছে খোদ ৰাজ্য চৰকাৰে৷

 

বানৰ ভয়াৱহতাৰ বাবে ক্ৰমাৎ যেন বিপৰ্যস্ত হৈ পৰিছে অসমৰ অৰ্থনৈতিক ব্যৱস্থা৷ ৫০ লাখ আক্ৰান্ত লোকক আৰ্থিক সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷

 

আশ্ৰয় শিবিৰত থকা প্ৰতিগৰাকীলৈ ৩,৮০০ টকা। পকীঘৰ ধ্বংস হোৱা পৰিয়াললৈ ৯৫ হাজাৰ টকা। কেঁচা ঘৰ ধ্বংস হোৱা পৰিয়াললৈ ৬,৫০০ টকা।  ইমান বৃহৎ পৰিমাণৰ ধন আহিব ক’ৰপৰা?

 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি প্ৰলয়ংকৰী বানৰ কবলত পৰি আশ্ৰয় শিবিৰত থকা প্ৰতিগৰাকী লোকে পাব ৩,৮০০ টকা৷

 

প্ৰলয়ংকৰী বানত যিসমূহ পৰিয়ালৰ পকীঘৰ ধ্বংস হৈছে তেওঁলোকে পাব ৯৫ হাজাৰকৈ টকা৷ একেদৰে কেঁচাঘৰ ধ্বংস হোৱা পৰিয়ালসমূহকো ৰাজ্য চৰকাৰে ৬,৫০০ টকাৰ সাহায্য প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে৷

 

আৰু এই বৃহৎ পৰিমাণৰ ধনৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে পুনৰ ঋণ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কি সেই সিদ্ধান্ত? দেশীয় উৎসৰ পৰা এহেজাৰ কোটিৰ ঋণ ল’ব চৰকাৰে।

 

৫ জুলাইত দাখিল  কৰিব ঋণৰ প্ৰস্তাৱ। জুন মাহত ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ ২,০০০ কোটি। ২১ জুনত অসম চৰকাৰে ঋণ লৈছে এহেজাৰ কোটি। ২৮ জুনত অসম চৰকাৰে ঋণ লৈছে এহেজাৰ কোটি।

 

যোৱা বিত্তীয় বৰ্ষত মুঠ ঋণৰ পৰিমাণ আছিল ১২ হাজাৰ কোটি। চলিত বিত্তীয় বৰ্ষত ঋণৰ পৰিমাণ হ’বগৈ ১৮ হাজাৰ কোটি। অসম চৰকাৰে প্ৰতিবছৰে সুদ আদায় দিয়ে ৮ হাজাৰ কোটি টকা।

 

ভয়াৱহ বানে বিধ্বস্ত কৰা পৰিয়ালসমূহক সাহায্য দিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে আঁচনি ঘোষণা কৰিছে৷ ইফালে, ৰাজভঁৰালত ধনৰ অভাৱ৷ বান পৰিস্থিতিৰ জোৰা মাৰিবলৈ যোৱা জুন মাহত ৰাজ্য চৰকাৰে দেশীয় উৎসৰ পৰা লোৱা ঋণৰ পৰিমাম ২ হাজাৰ কোটি টকা৷

 

বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা মতে পুনৰ এহেজাৰ কোটি টকা ঋণ ল’বলৈ ৰাজ্য চৰকাৰে অহা ৫ জুলাইত প্ৰস্তাৱ প্ৰেৰণ কৰিব৷ অন্য অৰ্থত, পুনৰ ঋণ ল’বলৈ তৎপৰ হৈ উঠিছে অসম চৰকাৰ৷

 

উল্লখেযোগ্য যে ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা ১২ হাজাৰ কোটি টকাৰ ঋণ লৈছিল৷ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ১৮ হাজাৰ কোটি টকাৰ ঋণ ল’বলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷

 

ঋণৰ বোজা বাঢ়ি গৈ আছে৷ তাৰ সমানে সমানে বাঢ়িব লাগিছে হিতাধিকাৰীৰ সংখ্যা৷ কিন্তু এই প্ৰক্ৰিয়াই জনতাক সকাহ দিব পাৰিবনে? এই সমুদায় ঋণৰ বোজা অসমৰ জনতায়ো বহন কৰিব নালাগিবনে?

 

সেইবাবে ঋণ লোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈও এতিয়া জনতাৰ মাজত চলিব লাগিছে চৰ্চা৷ অৱশ্যে আগন্তুক সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা বিশেষভাৱে লক্ষণীয় হৈ থাকিব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assamassam bjpassam ka newsassam ka tazza khabarassam live 24assam policeAssam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpCongressdaily horoscope for today in assamesehimanta biswa sarmahimanta biswa sharmaindiasarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
জীৱনশৈলী

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

January 14, 2026
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত
জীৱনশৈলী

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

January 14, 2026
Next Post
হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.