• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

2 years ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

34 minutes ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

2 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

2 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

3 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

4 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

4 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

5 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

7 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

7 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

19 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?

editor by editor
September 2, 2024
in ক্ৰীড়া, ভাৰত
0
ভাৰতৰত্ন লাভ কৰাৰ যোগ্য হয়নে যুৱৰাজ সিং? ধোনীৰ বিৰুদ্ধে কি অভিযোগ আনিছে যুৱৰাজৰ পিতৃয়ে?
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী লেখত ল’বলগীয়া খেলুৱৈ যুৱৰাজ সিঙ৷ যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে পুত্ৰক লৈ দিয়া এক সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে৷ সাক্ষাৎকাৰত যোগৰাজ সিঙে টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক কপিল দেৱে যুৱৰাজ সিঙৰ কেৰিয়াৰ ধ্বংস কৰাৰ অভিযোগ আনিছে৷ এই বিতৰ্কিত বক্তব্যৰ মাজতে তেওঁ সাক্ষাৎকাৰটোত ভাৰত চৰকাৰৰ ওচৰত দাবী জনাইছে যে, যুৱৰাজ সিঙক দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্নৰে সন্মানিত কৰিব লাগে।

যুৱৰাজ সিঙৰ কেৰিয়াৰ

ভাৰতৰ হৈ যুৱৰাজ সিঙে ৪০খন টেষ্ট, ৩০৪খন এদিনীয়া আৰু ৫৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এই সকলোবোৰ ফৰ্মেটতে তেওঁ ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। টিম ইণ্ডিয়াৰ কিংবদন্তি খেলুৱৈ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ পিছত এদিনীয়া ক্ৰিকেটত ৫০০০ ৰান সংগ্ৰহ কৰি ১০০ উইকেট দখল কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ যুৱৰাজ সিং৷

ভাৰতক ২ টা বিশ্বকাপৰ সোৱাদ দিছে যুৱৰাজে

টিম ইণ্ডিয়াই ২টা বিশ্বকাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যুৱৰাজ সিঙে। ২০০৭ চনৰ টি-২০ বিশ্বকাপত তেওঁ ভাল প্ৰদৰ্শন আগবঢ়াইছিল৷ ১৯৮৩ চনৰ পিছত ভাৰতে ২০০৭ত দ্বিতীয়বাৰ বিশ্ব খিতাপ দখল কৰে। এই প্ৰতিযোগিতাত ইংলেণ্ডৰ কিংবদন্তী বলাৰ ষ্টুয়াৰ্ট ব্ৰডৰ বিৰুদ্ধে এটা অভাৰত ৬টা ছিক্স সংগ্ৰহ কৰি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছিল৷ ইয়াৰ পাছতে যুৱৰাজ সিঙে ২০১১ চনৰ এদিনীয়া বিশ্বকাপত নিজৰ প্ৰদৰ্শনেৰে টিম ইণ্ডিয়াক চেম্পিয়ন কৰি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁ ৩৬২ ৰান সংগ্ৰহ কৰাৰ লগতে ১৫টা উইকেটো দখল কৰে। প্ৰতিযোগিতাখনত ৪ বাৰকৈ মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে শেষত তেওঁ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটাও লাভ কৰে।

ভাৰতৰত্ন কিয় বিচাৰিলে যুৱৰাজৰ পিতৃয়ে?

যোগৰাজ সিঙে কয় যে কৰ্কটৰ সৈতে যুঁজি ভাৰতক চেম্পিয়ন হিচাপে গঢ়ি তোলাত তেওঁৰ পুত্ৰই অৰিহণা বহুত৷ তেওঁ ক্ৰিকেটৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবেই সিঙক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা উচিত। উল্লেখ্য যে বৰ্তমানলৈকে কেৱল শচীন টেণ্ডুলকাৰকহে ক্ৰীড়া জগতৰ পৰা ভাৰতৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
Next Post
নৱমী দশমী একেদিনাই! এইবাৰ কি বাৰ্তা লৈ মৰ্ত্যলৈ নামিব দেৱী দুৰ্গা? জানক দুৰ্গাপুজাৰ দিনক্ষণ

নৱমী দশমী একেদিনাই! এইবাৰ কি বাৰ্তা লৈ মৰ্ত্যলৈ নামিব দেৱী দুৰ্গা? জানক দুৰ্গাপুজাৰ দিনক্ষণ

প্ৰশ্ন নাৰাখিব, সঁচায়ে গৰ্ভৱতী দীপিকা, অৱশেষত এই উপায়েৰে প্ৰমাণ দিলে দীপিকা পাডুকনে

প্ৰশ্ন নাৰাখিব, সঁচায়ে গৰ্ভৱতী দীপিকা, অৱশেষত এই উপায়েৰে প্ৰমাণ দিলে দীপিকা পাডুকনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.