• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

21 minutes ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

41 seconds ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

42 minutes ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

1 hour ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

2 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

2 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

3 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

4 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

5 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

5 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

7 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। বৃক্কই আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী আঁতৰ কৰে। লগতে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু ভিটামিন ডি সক্ৰিয় কৰাৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ কাম কৰে। কিন্তু আজিকালি পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যভাস, পানীৰ অভাৱ বা বিভিন্ন কাৰণৰ প্ৰভাৱ বৃক্কত পৰে। ইয়াৰ ফলত বৃক্ক সংক্ৰমণ , বৃক্ক বিকল আদিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে।

চিকিৎসকে কিছুমান শাৰীৰিক লক্ষণৰ কথা উল্লেখ কৰিছে যিয়ে আপোনাৰ বৃক্কৰ অৱস্থা আগতীয়াকৈ বুজিবলৈ সহায় কৰিব পাৰে। নিশ্চিত হওক যে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত আছে। যদি আপোনাৰ ৰক্তচাপ হঠাতে বাঢ়ি যায় বা সঘনাই উঠা-নমা হয় তেন্তে বৃক্কৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

কিছু সময় বহি থকাৰ পিছত ভৰি দুখন ফুলিলে বা ৰঙা পৰিলে সাৱধান হওক। এইটো বৃক্ক বিকল হোৱাৰ আগতীয়া লক্ষণ। যদি প্ৰস্ৰাৱত বেছি ফেন থাকে তেন্তে বৃক্কৰ ক্ষতি হোৱাৰ ইংগিত পোৱা যায়। গতিকে সাৱধান হওক।
ইয়াৰোপৰি শুই থকাৰ সময়ত ৰাতি প্ৰস্ৰাৱ কৰিবলৈ সঘনাই হেঁপাহ থাকে তেন্তে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। আপোনাৰ প্ৰস্ৰাৱৰ ৰঙৰ ওপৰত চকু ৰাখিব। যদি আপুনি দেখিছে যে আপোনাৰ প্ৰস্ৰাৱ হালধীয়া বা ৰঙাৰ দৰে হৈছে, তেন্তে সেয়া চিন্তাৰ বিষয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ
জীৱনশৈলী

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

April 25, 2026
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম
জীৱনশৈলী

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

April 25, 2026
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!
বিনোদন

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

April 25, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

April 25, 2026
Next Post
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.