সামান্যতম শাৰীৰিক অসুস্থতাৰ ক্ষেত্ৰত কোনো বিচাৰ নকৰাকৈ বহুতেই বেদনানাশক ঔষধ খাই৷ বিশেষকৈ মূৰৰ বিষ হ’লে বহুতেই পেৰাছিটামল খোৱাৰ অভ্যাসত অভ্যস্ত৷ কিন্তু সকলো ধৰণৰ মূৰৰ বিষত পেৰাছিটামলে কাম নকৰে৷ মানসিক চাপৰ কাৰণে মূৰৰ বিষ হোৱা বা মাইগ্ৰেনৰ যন্ত্ৰণা প্ৰতিটোৰ কাৰণেই কিন্তু পৃথক৷ সেয়ে মূৰৰ বিষৰ ঔষধ খোৱাৰ পূৰ্বে কাৰণটো বুজিব লাগিব৷ সম্প্ৰতি এগৰাকী চিকিৎসকে মূৰৰ বিষৰ কোন দিশত থকা বিষে কি বুজায় তাৰ বাখ্যা দিছে৷
চিকিৎসে স্পষ্টকৈ কয় যে মূৰৰ বিষ হলে পেৰাছিটামল জাতীয় ঔষধ খাই কোনো সমাধান হব নোৱাৰে৷ বেলেগ বেলেগ মূৰৰ বিষৰ কাৰণো বেলেগ বেলেগ৷ সেয়ে সমস্যা বুজি লৈ চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ গ্ৰহণ কৰা উচিত৷
মূৰৰ সন্মুখৰ দিশত বিষ হলে
সাধাৰণতে টোপনি কম হলে এই ধৰণৰ মূৰৰ বিষ হয়৷ ইয়াৰোপৰি অত্যধিক স্ক্ৰিণ টাইমৰ কাৰণে যদি চকুৰ বিষ হয়৷ মূৰৰ সন্মুখৰ দিশত হোৱা বিষ সাধাৰণতে এইসমূহ কাৰণতে হয়৷
মূৰৰ ওপৰত বিষ হ’লে
মূৰৰ পিছৰ ফালে বিষ হ’লে
মুখৰ সন্মুখৰ অংশত বিষ হলে
ছাইনাছৰ সমস্যাৰ কাৰণে বহু সময়ত কপাল, নাক আৰু গালৰৰ হাড়ৰ চাৰিওপাশে বিষ হয়৷
মূৰৰ এটা চাইডত বিষ হলে
সেয়ে মূৰৰ বিষ হলে ঔষধ খোৱাৰ পূৰ্বে মূৰৰ বিষৰ কাৰণ জনাটো খুবেই জৰুৰী৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে ঔষধ সেৱন কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















