ভাৰতৰ আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ বাবে এটি নতুন স্কিম আৰম্ভ কৰিব কেন্দ্ৰীয় চৰকাৰে৷ এই নতুন স্কিমৰ আওঁতাত ৰেচনকাৰ্ডধাৰীয়ে ১০০০ চকা আৰু ফ্ৰি ৰেচন পাব৷ এই পদক্ষেপ কেৱল দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে৷ এই স্কিমৰ সুবিধা পাবলৈ আপোনাৰ আৰ্থিক আয় কিমান হ’ব লাগিব?
আপোনালোকে বহুতেই হয়তো নাজানে যে বৰ্তমান চৰকাৰে দেশৰ সমস্ত ৰেচনকাৰ্ডধাৰীসকলক বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰিছে৷ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিশেষ শ্ৰেণীৰ কিছু ৰেচন কাৰ্ডধাৰীৰ একাউণ্টত ১০০০ টকাকৈ ট্ৰেন্সফাৰ কৰাৰ সিদ্ধান্ত লৈছে৷ এয়া কেৱল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালেহে লাভ কৰিব৷
অৱশ্যে ৰেচন কাৰ্ডধাৰীসকলৰ একাউণ্টত ১০০০ টকাকৈ সোমাবলৈ হ’লে তেওঁলোকে ই-কেৱাইছি জমা দিব লাগিব৷ যিসকলে ই-কেৱাইছি জমা দিয়া নাই তেওঁলোকে এই সুবিধা লাভ নকৰিব৷ আপুনি যদি এতিয়াও ই-কেৱাইছি জমা দিয়া নাই তেন্তে অচিৰেই জমা কৰক৷ আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি নিকটস্থ ৰেচন কাৰ্ড কেন্দ্ৰত বায়মেট্ৰিক দিহে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ